ETV Bharat / bharat

নতুন জাৰ্চী মুকলি কৰিলে মুম্বাই ইণ্ডিয়ানছে - ছচিয়েল মিডিয়া হেণ্ডেল

ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে শনিবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ আগন্তুক ছিজনৰ বাবে নতুন জাৰ্চী উন্মোচন কৰে । প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ ডুয়ো শান্তনু আৰু নিখিলৰ দ্বাৰা ডিজাইন কৰা জাৰ্চীটোৱে বিশ্ব ব্ৰহ্মাণ্ডৰ ৫ টা মৌলিক উপাদান যেনে পৃথিৱী, পানী, জুই, বায়ু, আৰু আকাশক প্ৰতিফলিত কৰিছে ৷

নতুন জাৰ্চী মুকলি কৰিলে মুম্বাই ইণ্ডিয়ানছে

author img

By

Published : Mar 27, 2021, 5:56 PM IST

নেচনেল ডেস্ক,27 মাৰ্চঃ ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে শনিবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ আগন্তুক চিজনৰ বাবে জাৰ্চী উন্মোচন কৰে । প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ ডুয়ো শান্তনু আৰু নিখিলৰ দ্বাৰা ডিজাইন কৰা জাৰ্চীটোৱে বিশ্বব্ৰহ্মাণ্ডৰ ৫ টা মৌলিক উপাদান যেনে পৃথিৱী, পানী, জুই, বায়ু, আৰু আকাশক প্ৰতিফলিত কৰিছে ৷

পাঁচটা মূল্যবোধৰ প্ৰতিটো চিহ্নই মুম্বাই ইণ্ডিয়ানছৰ পাঁচটা খিতাপ জয় কৰাত অৰিহণা যোগাইছে আৰু জাৰ্চীটোৱে প্ৰতিটো অভিযানৰ বাবে উপাদানৰ গুৰুত্ব ৰখা হৈছে বুলি মন্তব্য কৰে মুম্বাই ইণ্ডিয়ানছৰ মুখপাত্ৰ নিখিল মেহৰাই । ডিজাইনটোৰ বিষয়ে কথা পাতি সহ প্ৰতিষ্ঠাপক এময়চন শান্তনু আৰু নিখিলে কয় "এই বছৰ পাঁচ মহাভূতৰ পাঁচটা উপাদান, পাঁচটা ডাঙৰ উপাদান আৰু বিশ্বব্ৰহ্মাণ্ডৰ নিৰ্মাণ খণ্ডৰ পৰা অনুপ্ৰেৰণা লোৱা হৈছে । জাৰ্চীটোৱে পৃথিৱীক প্ৰতিনিধিত্ব কৰি আছে - স্থিৰতা, গাঁথনি আৰু ভাৰসাম্য, তৰলতা আৰু বিশুদ্ধতা " মুম্বাই ইণ্ডিয়ানছে জাৰ্চী উন্মোচন কৰিবলৈ ইয়াৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ' মুকলি কৰে । উল্লেখযোগ্য, যে মুম্বাই ইণ্ডিয়ানছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে ৯ এপ্ৰিলত ২০২১ চনৰ আই পি এলৰ প্ৰথমখন মেচ খেলিব ৷

লগতে পঢ়কঃ নামৰূপত ভোটদান কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰণতি ফুকনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.