ETV Bharat / bharat

ভাৰতীয় সেনাৰ তথ্য বিদেশী চোৰাংচোৱাক যোগান ধৰা এজনক গ্ৰেপ্তাৰ - ভাৰতীয় সেনাৰ তথ্য বিদেশী চোৰাংচোৱাক যোগান ধৰা এজনক গ্ৰেপ্তাৰ

পাঞ্জাবৰ তৰ্ণ তৰণৰ পৰা বিদেশী চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰা এজন লোকক গ্ৰেপ্তাৰ কৰে । দিল্লী আৰক্ষীৰ বিশেষ চেলে গ্ৰেপ্তাৰ কৰা যুৱক জনক হৰপাল সিং বুলি চিনাক্ত কৰা হৈছে । অভিযোগ অনুসৰি হৰপাল সিঙে ভাৰতীয় সেনা আৰু ইয়াৰ গতিবিধি সম্পৰ্কে এটা বিদেশী চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছিল ।

ভাৰতীয় সেনাৰ তথ্য বিদেশী চোৰাংচোৱাক যোগান ধৰা এজনক গ্ৰেপ্তাৰ

author img

By

Published : Apr 17, 2021, 7:46 PM IST

নেশ্যনেল ডেস্ক,১৭ এপ্ৰিল: দিল্লী আৰক্ষীৰ বিশেষ চেলে পাঞ্জাবৰ তৰ্ণ তৰণৰ পৰা বিদেশী চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰা এজন লোকক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা যুৱক জনক হৰপাল সিং বুলি চিনাক্ত কৰা হৈছে । অভিযোগ অনুসৰি হৰপাল সিঙে ভাৰতীয় সেনা আৰু ইয়াৰ গতিবিধি সম্পৰ্কে এটা বিদেশী চোৰাংচোৱা সংস্থাক গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিছিল । লগতে হাৱালা প্ৰণালীৰ জৰিয়তে তথ্য যোগান ধৰাৰ বাবে তেওঁক ধন পৰিশোধ কৰা হৈছিল ।

ভাৰতীয় সেনাৰ তথ্য বিদেশী চোৰাংচোৱাক যোগান ধৰা এজনক গ্ৰেপ্তাৰ
ভাৰতীয় সেনাৰ তথ্য বিদেশী চোৰাংচোৱাক যোগান ধৰা এজনক গ্ৰেপ্তাৰ

বিশেষ চেলৰ ডিচিপি সঞ্জীৱ যাদৱৰ মতে, তেওঁৰ দলটোৱে আগতীয়াকৈ তথ্য পাইছিল যে পাঞ্জাবৰ তৰ্ণ তৰণৰ বাসিন্দা হৰপাল সিঙে ভাৰতীয় সেনা সম্পৰ্কীয় তথ্য এটা বিদেশী চোৰাংচোৱা সংস্থাক দি আছে। হৰপালে যোগান ধৰা তথ্য বোৰৰ ভিতৰত আছিল বিশেষকৈ ভাৰত-পাকিস্তান সীমান্তত থকা বাঙ্কাৰ, ভাৰতীয় সেনা আৰু বিএছএফৰ চকীসমূহৰ স্থান ।

লগতে পঢ়ক:ক’ভিড 19: ভাৰতৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ অশ্বনী কুমাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.