ETV Bharat / bharat

শপত গ্ৰহণ কৰিয়ে আৰক্ষী বিভাগত ৰদবদল মমতাৰ

author img

By

Published : May 6, 2021, 8:30 PM IST

যি সকল আৰক্ষী বিষয়াক নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ত বদলি কৰিছিল, তেওঁলোকক পুনৰ পূৰ্বৰ ঠাইলৈ স্থানান্তৰিত কৰে মমতা বেনাৰ্জীয়ে ৷

শপত গ্ৰহণ কৰিয়ে মমতা বেৰ্নাজীৰ ৰদ-বদল শীৰ্ষ আৰক্ষী বিষয়াৰ

নেচনেল ডেস্ক,6 মে’: বুধবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিলে মমাতা বেনাৰ্জীয়ে ৷ শপত গ্ৰহণ কৰিয়ে নিজৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম দিনটোতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মমতা বেনাৰ্জীয়ে ৷ আৰক্ষী বিভাগৰ 29 গৰাকী শীৰ্ষ বিষয়াক বদলি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখযোগ্য যে, যি সকল আৰক্ষী বিষয়াক নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ত বদলি কৰিছিল, তেওঁলোকক পুনৰ পূৰ্বৰ ঠাইলৈ স্থানান্তৰিত কৰে মমতা বেনাৰ্জীয়ে ৷ সেইসকলৰ ভিতৰত আছিল বীৰেন্দ্ৰ এডিজি আইন আৰু নিৰ্দেশক বিভাগ, যাবেদ চামিম আৰু ডিজি সুৰক্ষা বিভাগৰ বিবেক সহায়ক পুনৰ পূৰ্বৰ স্থানলৈ স্থানান্তৰিত কৰে মমতা বেনাৰ্জীয়ে ৷

একেদৰে এডিজি আইন আৰু নিৰ্দেশক বিভাগৰ জগমোহনক যাবেদ চামিমৰ ঠাইত বদলি কৰিছিল নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ত ৷ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণৰ পিছতে পুনৰ মমতা বেনাৰ্জীয়ে যাবেদ চামিনক পুনৰ পূৰ্বৰ ঠাইত নিযুক্তি প্ৰদান কৰে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী কোন: ৰেণুপমাৰ চিঠিয়ে জোকাৰিছে অগপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.