ETV Bharat / bharat

Mahashivratri 2023: এইদৰে মহাশিৱৰাত্ৰিত কৰক মহাদেৱৰ আৰাধনা, জীৱন ভৰি পৰিব সুখ-সমৃদ্ধিৰে

author img

By

Published : Feb 18, 2023, 5:30 AM IST

আজি মহাশিৱৰাত্ৰি ৷ মহাশিৱৰাত্ৰিত চাৰি প্ৰহৰত চাৰিবাৰকৈ ভগৱান শিৱক পূজা কৰা হয় । জানি লওক মহাশিৱৰাত্ৰিৰ শুভ সময়, পূজা পদ্ধতি আৰু মন্ত্ৰ ৷

Mahashivratri 2023 Puja Vidhi Timings Samagri Mantra
এইদৰে মহাশিৱৰাত্ৰিত কৰক মহাদেৱৰ আৰাধনা, জীৱন ভৰি পৰিব সুখ-সমৃদ্ধিৰে

প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়(Mahashivratri 2023)। ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শিৱ আৰু মা পাৰ্বতীৰ শুভ বিবাহ আজিৰ দিনটোতে হৈছিল(Mahashivratri 2023 Timing)। এই কাৰণে মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱক পূজা কৰিলে শুভ ফল পোৱা যায় বুলি কোৱা হয়(Are there 2 Shivratri in a year?)। এইবাৰৰ মহাশিৱৰাত্ৰিত দিনা বহু ভাল যোগ চলি আছে । মহাশিৱৰাত্ৰিৰ চাৰিটা প্ৰহৰৰ শুভ সময়, পূজা পদ্ধতি আৰু মন্ত্ৰ জানি লওক(Mahashivratri 2023 Puja Vidhi Timings Samagri Mantra)।

মহাশিৱৰাত্ৰি ২০২৩ শুভ সময় (Mahashivratri 2023 Muhurat)

পঞ্চাংগ অনুসৰি, ১৭ জানুৱাৰীৰ নিশা ৮:০২ বজাৰ পৰা আৰম্ভ হৈছে ফাগুন মাহৰ চতুৰ্দশী তিথি, যিটো ১৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৪:১৮ বজাত শেষ হ’ব (Mahashivratri 2023 puja vidhi)।

সৰ্বাৰ্থ সিদ্ধি যোগ- মহাশিৱৰাত্ৰিত দিনৰ ০৪:০০ বজাৰ পৰা ১২:০০ বজালৈ নিশা ০৩:০০ বজালৈ

মহাশিৱৰাত্ৰি ২০২৩ চাৰিটা প্ৰহৰৰ পূজা(Mahashivratri 2023 Char Prahar Muhurat)

শাস্ত্ৰত কোৱা হৈছে যে, মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱক চাৰিটা পৰ্যায়ত পূজা কৰা হয়(Mahashivratri 2023 puja significance)। ইয়াৰ দ্বাৰা শুভ ফল পোৱা যায়-(When to fast for Mahashivratri 2023?)

  • মহাশিৱৰাত্ৰিত নিশিত কাল পূজা মূহোৰ্ত- ১৮ ফেব্ৰুৱাৰীত ১২.১৬ বজাৰ পৰা ১.৬ বজালৈ
  • নিশা প্ৰথম প্ৰহৰ পূজাৰ সময়- ১৮ ফেব্ৰুৱাৰী সন্ধিয়া ০৬.৪৫ বজাৰ পৰা নিশা ০৯.৩৫ বজালৈ
  • ৰাত্ৰি দ্বিতীয় প্ৰহৰ পূজাৰ সময়- ১৮ ফেব্ৰুৱাৰীৰ ০৯:৩৫ বজাৰ পৰা ১৯ ফেব্ৰুৱাৰীৰ মাজনিশা ১২:২৪ বজালৈ
  • ৰাত্ৰি তৃতীয় প্ৰহৰ পূজাৰ সময় - ১৯ ফেব্ৰুৱাৰীৰ মাজনিশা পুৱা ১২.২৪ বজাৰ পৰা পুৱা ০৩.১৪ বজালৈ
  • ৰাত্ৰি চতুৰ্থ প্ৰহৰ পূজাৰ সময় - ১৯ ফেব্ৰুৱাৰী পুৱা ০৩:১৪ বজাৰ পৰা পুৱা ০৬:০৩ বজালৈ
  • মহাশিৱৰাত্ৰীৰ উপবাসৰ সময় (Mahashivratri 2023 C Puja vidhi)
  • মহাশিৱৰাত্ৰি ব্ৰতৰ পৰান মুহূৰ্ত- ১৯ ফেব্ৰুৱাৰীত পুৱা ৬.৫৭ বজাৰ পৰা বিয়লি ৩.৩৩ বজালৈ

Mahashivratri ২০২৩ পূজা পদ্ধতি

  • এই দিনটোত সূৰ্য উদয়ৰ সময়ত সাৰ পাই সকলো কামৰ পৰা অৱসৰ লোৱাৰ পিছত গা ধুব লাগে(Trending Which colour to wear on Mahashivratri 2023?)। ইয়াৰ পিছত পৰিষ্কাৰ কাপোৰ পিন্ধিব(Can I sleep on Maha Shivaratri?)। কিন্তু ক’লা কাপোৰ পিন্ধাৰ পৰা বিৰত থাকক ।
  • যদি আপুনি ব্ৰত পালন কৰি আছে তেন্তে ভগৱান শিৱৰ ধ্যান কৰি ব্ৰত কৰক
  • মন্দিৰলৈ গৈ শিৱলিঙত জলাভিষেক, দুধাভিষেক আদি কৰক
  • শিৱলিঙত বেলপাত, ধতুৰা, ফুল, বগৰী, যৱ আদি আগবঢ়াওক
  • ইয়াৰ পিছত ভোগ আগবঢ়াওক আৰু পানী আগবঢ়াওক
  • শেষত যথাযথভাৱে আৰতি কৰাৰ লগতে চালিছা, মন্ত্ৰ, স্তোত্ৰ আৰু কথা পাঠ কৰক
  • ইয়াৰ লগতে গোটেই দিনটো ব্ৰত ৰাখক আৰু সকলো নিয়ম মানি চলিব

মহাশিৱৰাত্ৰিত প্ৰহৰ অনুযায়ী পূজা পদ্ধতি (Mahashivratri 2023 Char Prahar Puja Vidhi)

যদি আপুনি প্ৰহৰ মতে শিৱক পূজা কৰিব বিচাৰে তেন্তে নিশাৰ প্ৰথম প্ৰহৰত গাখীৰ, দ্বিতীয় প্ৰহৰত দৈ, তৃতীয় প্ৰহৰত ঘিউ আৰু চতুৰ্থ প্ৰহৰত মৌৰে গা স্নান কৰি শিৱলিং স্নান কৰিব লাগে । ইয়াৰ লগতে স্নান কৰাৰ সময়ত প্ৰহৰ মতে এই মন্ত্ৰ জপ কৰক-

  • প্ৰথম প্ৰহৰত: ‘হ্ৰীম ঈশানয় নমঃ
  • দ্বিতীয় প্ৰহৰত: 'হ্ৰীম অঘৰায় নমঃ
  • তৃতীয় প্ৰহৰত: ‘হ্ৰীম বামদেৱায় নমঃ
  • চতুৰ্থ প্ৰহৰত: 'হ্ৰিম সদ্যোজতায় নমঃ

মহাশিৱৰাত্ৰি পালনৰ কাৰণ(Mahashivratri 2023 Why we Celebrate)

फाल्गुन कृष्ण चतुर्दश्याम आदिदेवो महानिशि।

शिवलिंग तयोद्भूत: कोटि सूर्य समप्रभ:॥

ঈশান সংহিতাৰ এই শ্লোক অনুযায়ী ফাগুন কৃষ্ণ চতুৰ্দশীৰ মহাৰাতিত লাখ লাখ সূৰ্যৰ দৰে প্ৰভাৱ থকা লিংগ ৰূপত ভগৱান শিৱৰ আবিৰ্ভাৱ হৈছিল । এই কাৰণে এই দিনটোত শিৱলিংগক পূজা কৰাটো শুভ বুলি গণ্য কৰা হয়(why we celebrate Mahashivratri 2023)।

লগতে পঢ়ক: Mahashivratri 2023: এই ৫ বিধ সামগ্ৰী অৰ্পণ কৰিলে ৰুষ্ট হ'ব পাৰে মহাদেৱ; জানি লওক ইয়াৰ কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.