ETV Bharat / bharat

ভাৰত-কানাডা দ্বিপাক্ষিক চুক্তি সম্পৰ্কত দৃঢ়তা প্ৰকাশ জয়শংকৰ, চেম্পেইনৰ

ভাৰত-কানাডা দ্বিপাক্ষিক চুক্তি সম্পৰ্কত দৃঢ়তা প্ৰকাশ এছ. জয়শংকৰ আৰু ফ্ৰাংকইছ ফিলিপ চেম্পেইনৰ ৷ দুয়োগৰাকী নেতাই 'তৃতীয় ভাৰত-কানাডা 1.5 ডায়লগ'ত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৷

author img

By

Published : Nov 18, 2020, 7:49 AM IST

Jaishankar, Canadian counterpart express confidence in growth of India-Canada ties
জয়শংকৰ আৰু চেম্পেইন

নেশ্যনেল ডেস্ক, 18 নৱেম্বৰ : ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰ আৰু কানাডাৰ বৈদেশিক মন্ত্ৰী ফ্ৰাংকইছ ফিলিপ চেম্পেইনে মঙলবাৰে ভাৰত-কানাডাৰ শক্তিশালী বাণিজ্যিক আৰু বিনিয়োগ সম্পৰ্কৰ বিষয়ে আলোচনাত মিলিত হয় ৷ দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰী দুগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্ক উন্নতৰ হোৱা বুলিও দৃঢ়তা প্ৰকাশ কৰে ৷

দুয়োগৰাকী নেতাই 'তৃতীয় ভাৰত-কানাডা 1.5 ডায়লগ'ত অংশগ্ৰহণ কৰে আৰু বিভিন্ন বৈশ্বিক বিষয় সম্পৰ্কত ভাৰত আৰু অট্টাবাৰ সহযোগিতা সম্পৰ্কত আলোচনা কৰে ৷

জয়শংকৰে টুইটাৰৰ জৰিয়তে কয়, "FM @FP_Champagne ৰ সৈতে ভাৰত-কানাডা 1.5 ডায়লগত অংশগ্ৰহণ কৰি আনন্দিত হ'লো ৷ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰিবৰ বাবে দুয়োগৰাকীয়ে দৃঢ়তা প্ৰকাশ কৰিলো ৷ বিভিন্ন বৈশ্বিক বিষয় সম্পৰ্কত ভাৰত আৰু অট্টাবাৰ সহযোগিতা সম্পৰ্কত আলোচনা কৰিলো ৷"

  • Delighted to participate in the third India-Canada Track 1.5 Dialogue with my counterpart FM @FP_Champagne. Both of us expressed confidence in the further growth of our bilateral relationship. Underlined how closely India and Canada are cooperating in global affairs. pic.twitter.com/TjT8CWF5gL

    — Dr. S. Jaishankar (@DrSJaishankar) November 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

চেম্পেইনে টুইটাৰৰ জৰিয়তে কয়, "আজি মই @DrSJaishankar ৰ সৈতে ভাৰত-কানাডা 1.5 ডায়লগত অংশগ্ৰহণ কৰিলো ৷ আমি শক্তিশালী বাণিজ্যিক আৰু বিনিয়োগ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিলো আৰু 2019 চনত প্ৰায় $10B ৰ দ্বিপাক্ষিক বাণিজ্য সম্পন্ন কৰিছো ৷ আমি এই দিশত আৰু কাম কৰি যাম ৷"

  • Today, I participated in the 🇨🇦🇮🇳Track 1.5 Dialogue alongside @DrSJaishankar. We discussed our strong commercial & investment relationship, with record numbers in 2019 of more than $10B in bilateral trade.

    We'll continue to work together to bring it to its full potential! pic.twitter.com/b1O2nZR7YJ

    — François-Philippe Champagne (FPC) 🇨🇦 (@FP_Champagne) November 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : অসম-নাগালেণ্ড সীমান্তত অচলাৱস্থাঃ পথ অৱৰোধেৰে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.