ETV Bharat / bharat

ভাৰত-উজবেকিস্তান সেনাৰ যৌথ অনুশীলন

উত্তৰাখণ্ডৰ চৌবাতিয়াত ১০ দিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা ভাৰত আৰু উজবেকিস্তান সেনাৰ এক সামৰিক অনুশীলন আৰম্ভ হয় । ভাৰত-উজবেকিস্তান উভয় পক্ষৰে ৪৫ গৰাকীকৈ সেনাই "ডাষ্টলিক ২" শীৰ্ষক অনুশীলনত অংশগ্ৰহণ কৰে ।

author img

By

Published : Mar 11, 2021, 6:08 PM IST

ভাৰত-উজবেকিস্তান সেনাৰ যৌথ অনুশীলন
ভাৰত-উজবেকিস্তান সেনাৰ যৌথ অনুশীলন

ইণ্টাৰনেশ্যনেল ডেস্ক,১১ মাৰ্চ: দ্বি-পাক্ষিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা সম্পৰ্ক বৃদ্ধি কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে উত্তৰাখণ্ডৰ চৌবাতিয়াত ১০ দিনীয়া কাৰ্যসূচীৰে বুধবাৰৰ পৰা ভাৰত আৰু উজবেকিস্তান সেনাৰ এক সামৰিক অনুশীলন আৰম্ভ হয় । ভাৰত আৰু উজবেকিস্তান উভয় পক্ষৰে ৪৫ গৰাকীকৈ সেনাই "ডাষ্টলিক ২" শীৰ্ষক অনুশীলনত অংশগ্ৰহণ কৰে । প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে এই যৌথ অনুশীলনে নিশ্চিতভাৱে দুয়োখন দেশৰ মাজত বৰ্ধিত সামৰিক আৰু কূটনৈতিক সম্পৰ্কক উৎসাহ প্ৰদান কৰিব আৰু সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে দুয়োখন দেশক শক্তিশালী কৰিব তুলিব ।

দুয়োখন দেশৰ সেনাৰ মাজত এয়া দ্বিতীয়টো অনুশীলন ইয়াৰ পূৰ্বে উজবেকিস্তানত ২০১৯ চনৰ নৱেম্বৰত আয়োজিত হৈছিল । মন্ত্ৰালয়ে এক বিবৃতিত কয় যে পাৰ্বত্য, গ্ৰাম্য আৰু নগৰীয়া অঞ্চলত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ ক্ষেত্ৰত তেওঁলোকৰ দক্ষতা ভাগ বতৰা কৰিব ।

লগতে পঢ়ক: যুক্তৰাষ্ট্ৰীৰ চৰকাৰৰ anti-trust গোচৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিল ফেচবুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.