ETV Bharat / bharat

Skin Care Tips: পৰিষ্কাৰ তথা মসৃণ ছালৰ বাবে ঘৰতে প্ৰস্তুত কৰক অলিভ অইল ফেচ ক্লিনজাৰ

author img

By

Published : Apr 4, 2023, 12:30 PM IST

আজি আমি আপোনালোকৰ বাবে লৈ আহিছো Olive Oil Face Cleanser ঘৰতে তৈয়াৰ কৰিব পৰা সহজ পদ্ধতি । জলফাই তেলে মৃত ছাল আঁতৰাই ছালখনক গভীৰভাৱে পুষ্টি প্ৰদান কৰাৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয় । ইয়াৰ লগতে ই আপোনাৰ ছালখন টান কৰি ৰাখে, যিয়ে বাৰ্ধক্যৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায় কৰে । জানো আহক ইয়াক কেনেকৈ তৈয়াৰ কৰিব পাৰি ৷

How To Use Olive Oil To Get Glowing Skin?
পৰিষ্কাৰ তথা মসৃণ ছালৰ বাবে ঘৰতে প্ৰস্তুত কৰক অলিভ অইল ফেচ ক্লিনজাৰ

সকলোৱে নিজকে ধুনীয়া তথা আকৰ্ষণীয় দেখাব বিচাৰে(olive oil face pack for skin whitening)। এনে ছাল পাবলৈ কি কৰে, চিকিৎসাৰ বাবে দামী সামগ্ৰীৰ আশ্ৰয় লয়(homemade face wash for oily skin for daily use)। কিন্তু এই সকলোবোৰ পদ্ধতি ব্যয়বহুল হোৱাৰ লগতে ৰাসায়নিক সমৃদ্ধ(homemade face wash for dry skin for daily use)। এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ বাবে লৈ আহিছো অলিভ অইল ফেচ ক্লিনজাৰ তৈয়াৰৰ পদ্ধতি(how to use olive oil for glowing skin)। জলফাইৰ তেলে মৃত ছাল আঁতৰাই ছালখনক গভীৰভাৱে পুষ্টি প্ৰদান কৰে(How do you make facial cleanser with olive oil)। ইয়াৰ লগতে ই আপোনাৰ ছালখন টান কৰে, যিয়ে বাৰ্ধক্যৰ লক্ষণসমূহ হ্ৰাস কৰাত সহায় কৰে(homemade face cleanser for daily use)। এইটোৱেই নহয়, আপোনাৰ ছালখন কোমল আৰু গ্লোয়িং হৈ থাকে, গতিকে আহকচোন(How To Make Olive Oil Face Cleanser) কেনেকৈ অলিভ অইল ফেচ ক্লিনজাৰ সহজতে ঘৰতে তৈয়াৰ কৰিব পাৰি.....

অলিভ অইল ফেচ ক্লিনজাৰ তৈয়াৰ কৰাৰ বাবে প্ৰয়োজনীয় উপাদান-

  • অলিভ অইল ২ চামুচ
  • মৌ ১/৪ কাপ
  • দৈ ১/৩ কাপ

অলিভ অইল ফেচ ক্লিনজাৰ কেনেকৈ তৈয়াৰৰ পদ্ধতি? (How To Make Olive Oil Face Cleanser)

  • অলিভ অইল ফেচ ক্লিনজাৰ তৈয়াৰ কৰিবলৈ এটা বাটি ল'ব(Skin Care Tips)।
  • তাৰ পিছত তাত অলিভ অইল, মৌ আৰু দৈ দিব(homemade cleanser for oily skin)।
  • ইয়াৰ পিছত এই সকলোবোৰ ভালকৈ মিহলাই লওক ।
  • এতিয়া আপোনাৰ ঘৰতে বনোৱা অলিভ অইল ফেচ ক্লিনজাৰ সাজু হৈছে(Which olive oil is best for face cleanser)।

অলিভ অইল ফেচ ক্লিনজাৰ কেনেকৈ ব্যৱহাৰ কৰিব? (How To Use Olive Oil Face Cleanser)

  • অলিভ অইল ফেচ ক্লিনজাৰ ভালদৰে মুখত লগাব ।
  • তাৰ পিছত আপুনি মুখখন লাহে লাহে হাতেৰে প্ৰায় ২ মিনিট মান মালিচ কৰক ।
  • ইয়াৰ পিছত কুহুমীয়া পানীৰে মুখখন ধুই পৰিষ্কাৰ কৰিব লাগে ।
  • তাৰ পিছত মুখত কিছু ক্ৰীম বা লোচন লগাব(How do you make homemade face cleanser)।

লগতে পঢ়ক: Hair Care Tips: চুলি সৰিছে নেকি আপোনাৰ ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.