ETV Bharat / bharat

হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ দেহাৱসান

দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ নেতা বীৰভদ্ৰ সিঙৰ 87 বছৰ বয়সত মৃত্যু হয় ।

হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দেহাৱসান
himachal-ex-cm-virbhadra-singh-passes-away-at-87
author img

By

Published : Jul 8, 2021, 1:28 PM IST

নেশ্যনেল ডেস্ক, 8 জুলাই : বৃহস্পতিবাৰে পুৱতি নিশা দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা বীৰভদ্ৰ সিঙৰ দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 87 বছৰ । ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয়, আৰু চিকিৎসালয় (আইজিএমচি) ৰ চিকিৎসা অধীক্ষক ডাঃ জনক ৰাজে জনাইছিল যে দীৰ্ঘদিন ধৰি সিং চিকিৎসাধীন হৈ আছিল ।

13 এপ্ৰিলত তেওঁ ক’ভিড-19 ত আক্ৰান্ত হৈ মোহালিৰ মেক্স চিকিৎসালয়ত ভৰ্তি হৈছিল । উল্লেখ্য যে, 9 বাৰৰ বিধায়ক আৰু 5 বাৰৰ সাংসদ সিঙে 6 টা কাৰ্যকালৰ বাবে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল ।

লগতে পঢ়ক: নিযুক্তিৰ ক্ষেত্ৰত তৃতীয় লিংগৰ ব্যক্তিৰ বাবে আসন সংৰক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.