ETV Bharat / bharat

Health Tips: অত্যধিক আম খোৱাৰ ফলত হ’ব পাৰে এনেধৰণৰ স্বাস্থ্যজনিত সমস্যা! - আমৰ অপকাৰিতা

আপুনি বাৰু আম খাই ভাল পায় নেকি ? কিন্তু আপুনি জানেনে যে বেছিকৈ আম খোৱাটোৱে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে । সেয়ে আম বেছিকৈ খালে আপোনাৰ স্বাস্থ্যৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে জানি লওক ।

Eating too much mango can be heavy on health, these are the disadvantages
অত্যধিক আম খোৱাৰ ফলত হ’ব পাৰে এনেধৰণৰ স্বাস্থ্যজনি সমস্যা!
author img

By

Published : May 18, 2023, 12:34 PM IST

আম খোৱাৰ প্ৰতি আকৰ্ষিত লোকসকলে আগ্ৰহেৰে গ্ৰীষ্মকালৰ বাবে অপেক্ষা কৰে । এই বতৰত বিভিন্ন জাতৰ সুস্বাদু আম খোৱাৰ মজাই বেলেগ । মানুহে আমৰ পৰা বহু খাদ্য পদাৰ্থ প্ৰস্তুত কৰে । ইয়াত Mango Ice Cream, Kulfi আৰু Mango Shake আদি বহুতো খাদ্য অন্তৰ্ভুক্ত কৰা হৈছে । আমতো বহুতো পুষ্টিকৰ উপাদান থাকে । ইয়াত ভিটামিন, পটাছিয়াম, তাম, আঁহ আৰু মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে । ইহঁতে শৰীৰক বহু সমস্যাৰ পৰা ৰক্ষা কৰে ।

কিন্তু আপুনি জানেনে যে অধিক আম খোৱাটোও কেতিয়াবা ক্ষতিকাৰক হ’ব পাৰে । ইয়াৰ বাবে সোৱাদ আৰু চখত বেছিকৈ আম খোৱাৰ পৰা বিৰত থাকক । কিন্তু আম বেছিকৈ কিয় খাব নালাগে ? ইয়াক সেৱন কৰিলে কেনেধৰণৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে ? ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক (disadvantages of mango)।

পিম্পল বা শালমইনা

আমৰ প্ৰভাৱ গৰম । গ্ৰীষ্মকালত বেছিকৈ আম খোৱাৰ ফলত ব্ৰণৰ সমস্যা হ’ব পাৰে । আচলতে আম খালে শৰীৰৰ উত্তাপও বাঢ়ি যায় । ইয়াৰ বাবেই মুখত পিম্পলছ দেখা দিবলৈ আৰম্ভ কৰে ।

ডায়েৰিয়া

বেছিকৈ আম খোৱাৰ ফলত পেটো বেয়া হ’ব পাৰে । আমত আঁহ অতি বেছি । যাৰ ফলত পেটত গৰম হয় । যেতিয়া আপুনি প্ৰয়োজনতকৈ বেছি খাদ্য খায়, তেতিয়া ই ডায়েৰিয়াৰ সমস্যাও সৃষ্টি কৰে । পেটৰ বিষ আৰু ডায়েৰিয়াৰ বাবেও অসুবিধা হয় ।

ওজন

আমত কেলৰিৰ পৰিমাণ অতি বেছি থাকে । আম বেছি খালে ওজন বাঢ়ে (side effects of eating mango)। এনে পৰিস্থিতিত সীমিত পৰিমাণে আম খোৱাটো প্ৰয়োজন (mango side effects)। ইয়াৰ ফলত আপোনাৰ ওজন সুস্থ হৈ থাকিব ।

ডায়েবিটিছ

ডায়েবেটিছ ৰোগীয়ে আম খোৱাৰ পৰা বিৰত থাকিব লাগে । কাৰণ তাৰ মাজত প্ৰচুৰ মিষ্টতা আছে । ই ৰক্ত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে । যিটো ডায়েবেটিছ ৰোগীৰ বাবে বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে ।

এলাৰ্জী

আম খোৱাৰ ফলত এলাৰ্জীও হ’ব পাৰে । ইয়াৰ কাৰণে আপোনাৰ নাকৰ পৰা পানী ওলোৱাও আৰম্ভ হ’ব পাৰে । পেটৰ বিষ বা হাঁচিৰ দৰে সমস্যা আৰম্ভ হয় । ইয়াৰ উপৰিও আপোনাৰ উশাহ-নিশাহ লোৱাতো অসুবিধা হ’ব পাৰে । যদি আম খালে এনেধৰণৰ কোনো সমস্যাই দেখা দিয়ে, তেন্তে তৎক্ষণাত আম খোৱা বন্ধ কৰক ।

লগতে পঢ়ক: Body Care: শৰীৰৰ এক্সফোলিয়েচনৰ বাবে স্নান কৰাৰ পূৰ্বে ব্যৱহাৰ কৰক চুগাৰ স্ক্ৰাব, ছাল হ’ব Spotless

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.