ETV Bharat / bharat

Daily Horoscope for 7 th June : আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jun 7, 2022, 5:11 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-7th-june
Daily Horoscope for 7 th June : আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো প্ৰায় ভাল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ প্ৰশংসা লাভ ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ শিক্ষার্থীসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ সন্তানৰ মন ভালে ৰখাত মনোযোগ দিব ৷

বৃষ ৰাশি: দিনটো সক্ৰিয় অনুভৱ হʼব ৷ শুভ দিন ৷ সফল হʼব ৷ কৰ্ম জীৱনত পদোন্নতি লাভ কৰিব পাৰে ৷ লক্ষ্যত উপনীত হ’ব ৷ ব্যৱসায়-কৰ্মত মনোযোগ দিব ৷

মিথুন ৰাশি: ধ্যান বা যোগ কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ নিন্দা আৰু নিৰুৎসাহিত, পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ পৰক বিচাৰ নকৰিব ৷

কৰ্কট ৰাশি: কৰ্ম ব্যস্ততা বৃদ্ধি ৷ ইয়ে ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ নিৰুৎসাহী হৈ পৰিব পাৰে, ইয়ে কর্মক্ষেত্ৰক প্ৰভাৱান্বিত কৰিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ বিসফলতাৰ বাবে নিৰুৎসাহী হৈ পৰিব পাৰে ৷

সিংহ ৰাশি: মনৰ কথা শুনিব ৷ প্ৰেমত মনোযোগ দিব ৷ চৰকাৰী কাম-কাজত সফল হʼব ৷ নতুন ব্যৱসায় কৰিলে সফল হʼব ৷ লাভ বৃদ্ধি ৷

কন্যা ৰাশি: ধৈৰ্যশীল হ’লে লাভৱান হ’ব ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ সন্তানৰ বিফলতাৰ বাবে নিৰুৎসাহী হৈ পৰিব পাৰে ৷ নিন্দা আৰু পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ দিনটো প্ৰায় ভাল হʼব ৷

তুলা ৰাশি: ঈশ্বৰৰ কৃপা দৃষ্টি লাভ কৰিব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ কোনো নতুন বিষয় অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷

বৃশ্চিক ৰাশি: যুক্তিসূত্ৰৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ এলেহুৱা-নিৰুৎসাহী হৈ নপৰিব ৷ বিবাহিতসকলৰ বাবে শুভ দিন ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণ হʼব পাৰে ৷

ধনু ৰাশি: কৰ্ম ব্যস্ততা বৃদ্ধি ৷ ইয়ে ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷ নিৰুৎসাহী হৈ পৰিব পাৰে, ইয়ে কর্মক্ষেত্ৰক প্ৰভাৱান্বিত কৰিব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷

মকৰ ৰাশি: খৰচ বৃদ্ধি ৷ সৰু ভ্ৰমণ হʼব পাৰে ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকিব ৷ সফল হʼব ৷ এলেহুৱা-নিৰুৎসাহী হৈ পৰিব পাৰে ৷

কুম্ভ ৰাশি: পাৰিবাৰিক জীৱন সুখৰ হৈ উঠিব ৷ আত্মবিশ্বাসেৰে কাম কৰিলে সফল হ’ব ৷ ভ্ৰমণত শুভ ৷ টকা-পইচাৰ ক্ষেত্ৰত নিশ্চিত হʼব ৷

মীন ৰাশি: নিজৰ ভালৰ বাবে অলপো পলম নকৰাকৈ নিজেই পদক্ষেপ গ্ৰহণ কৰিব ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ কর্ম শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.