ETV Bharat / bharat

Daily Horoscope For 7th June: আপোনাৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jun 7, 2023, 5:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 7th June 2023
আপোনাৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপোনাক নিমন্ত্ৰণ কৰা আপোনাৰ সম্বন্ধিয়ৰ ঘৰৰ অনুষ্ঠানত আপুনি একেবাৰে মন বহুৱাব নোৱাৰিলে ৷ এই অবস্থা আপোনাৰ মানসিক স্থিতি আৰু আৰু অলপ অসুস্থতাৰ বাবে হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত আৰু ঘৰৰ পৰিবেশে আপোনাক উদ্দেগত পেলাইছে ৷ সকলোতে অলপ ভুল বুজাবুজিৰ বাবে এনে পৰিস্থিতিৰ উদ্ভব হৈছে ৷ আপুনি নিজৰ খঙৰ ওপৰত কাবু ৰাখক নহ’লেহ ইয়াৰ ফল আপুনি পিচত ভুগিব লাগিব ৷ আৰু আপোনাৰ হাতত থকা কামত ব্যাঘাট জন্মাব ৷

বৃষ ৰাশি: ধ্যান কৰক আৰু মনক স্থিৰ কৰক , কেইটামান দিন এনেদৰেই পাৰ হ’ব৷ দিনৰ শেষ ভাগলৈ আপুনি ভাগৰি পৰিব কিন্তু বচৰ কামৰ হেচা আপোনাৰ ওপৰত পৰি থাকিব ৷ আশা কৰি থকা ফল পাওতে দেৰি হ’ব, ভ্ৰমণ সুভ নহ’ব ৷ এলাহভাৱে আপোনাক বেৰি ধৰিব ,যাক কেবল আপুনিহে ধৰিব পাৰিব ৷ আনে আপোনাৰ অসুবিধা দেখা নাপায়, গতিকে শান্ত থাকক আৰু কাম কৰি থাকক ৷ খোৱা বোৱাত চকু ৰাখক আৰু নতুন একো আৰম্ভ নকৰিব ৷

মিথুন ৰাশি: গণেশৰ আৰ্শীবাদত দিন আনন্দৰে পাৰ হ’ব ৷ সমাজ, পৰিয়াল আৰু সম্বন্ধিয়ৰ মাজত আপোনাৰ লোকপ্ৰিয়তাই আপোনাক আনন্দিত কৰিব ৷ পৰিয়ালৰ লগত সুন্দৰ ঠাইত মানসিক শান্তি বিচাৰি পাব ৷ বন্ধু বা সহকৰ্মীৰ লগত বজাৰ কৰিবলৈ যাব পাৰে, গাড়ি কিনাৰ সুন্দৰ সময় ৷ আপুনি ভাল পোৱা খাদ্যই আপোনাৰ আনন্দ আৰু অলপ বঢ়াই দিব ৷

কৰ্কট ৰাশি: ব্যৱসায়, সন্মান আদিৰে ভৰা সফল দিন ৷ সহকৰ্মী আৰু তলৰ চাকৰিয়াল সকলৰ সহযোগিতা লাভ কৰিব আৰু বচৰ শুভেচ্ছাও লাভ কৰিব ৷ প্ৰিয়জনৰ লগত সময় কটাব পাৰিব ৷ এই সকলোবোৰৰ ওপৰিও প্ৰতিযোগীসকলৰ লগত বিজেতা হিচাপে আপোনাৰ কলাসন্মত কামৰ পৰিচয় দিব পাৰিব ৷ উপাৰেজনৰ দিশত অলপ চকু ৰখা প্ৰয়োজন ৷

সিংহ ৰাশি: গণেশৰ কৃপাত সুভ দিন যদিও কিছুমান সৰু কথাই আপোনাক খঙাল কৰি তুলিব ৷ খঙক কাবু কৰি আপুনি কামত আৰু মনোনিবেস কৰিব পাৰিব ৷ শৰীৰ ভাল ৷ এই সময়ত আপুনি ভাল পোৱা কলা, খেল ,ছবি অকা আদি কাম নিজ মনেৰে কৰিব পাৰিব ৷ ছাত্ৰ ছাত্ৰী সকলেও তেওঁলোকৰ ভালপোৱা বিষয়ত ভাল ফল দেখুৱাব পাৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্বন্ধৰ উন্নতি হ’ব ৷

কন্যা ৰাশি: আজি বৰ ভাল দিন নহয় ৷ এলাহ আৰু মনোযোগহিনতাই আপোনাৰ কাম বোৰ সথিক সময়ত শেষ হ’বলৈ নিদিয়ে ৷ এই সমস্যাবোৰৰ ফলত আপোনাৰ মনত উদ্দেগ ভাব আহিব , প্ৰিয়জনৰ লগত কাজিয়া আৰু পৰিয়ালৰ পৰা পোৱা অপমানে আপোনাক অশান্তি দিব ৷ মাতৃৰ শৰীৰৰ বাবেও আপুনি চিন্তাত পৰিব ৷ সাৱধানে থাকক আৰু সম্পত্তি বিষয়ৰ কামত বা আইনি কামত বিশেষ সাৱধানতাৰ পৰিচয় দিয়ক ৷

তুলা ৰাশি: ধৰ্মীয় ঠাই পৰিভ্ৰমণ কৰক আৰু আপোনাক দিয়া ভাল ফলবোৰৰ বাবে ভগবানক ধন্যবাদ দিয়ক ৷ আপোনাক চাৰিওফালৰ পৰিবেশ গৰম আৰু উত্তেজনৰে ভৰা হ’ব৷পৰিয়ালৰ লগত সম্বন্ধ , আনন্দ আৰু প্ৰতিযোগী সকলৰ লগত জয় , এই সকলোৱে আপোনাক সুখি কৰি তুলিব ৷ আপুনি হাত দিয়া সকলো কাম সফল হ’ব৷ কৰোবাৰ মিঠা কথাই আপোনাৰ অন্তৰ চুই যাব ৷

বৃশ্চিক ৰাশি: কথা কওঁতে সাৱধান হওক ৷ গ্ৰহৰ প্ৰভাবত আজা আপোনাৰ ঘৰুৱা পৰিস্থিতি জতিল হ’ব ৷ পৰিয়ালৰ লগত হথাৎ কাজিয়াৰ সুত্ৰপাত হ’ব ৷ আপোনাৰ কথাই কাৰোবাক আঘাট দিব আৰু আপুনি পিচতহে তাৰ অনুসুচনা কৰিব ৷ সেইবাবে শান্ত হওক , মনলে বেয়া ভাব আহিবলৈ নিদিব, এনেভাবে আপোনাৰ শৰীৰত প্ৰভাৱ পেলাব ৷ ছাত্ৰ-ছাত্ৰী সকলেও পঢ়া বিষয়ত বিশেষ মনোযোগ দিব নোৱাৰিব ৷

ধনু ৰাশি: সৰু তীৰ্থ ভ্ৰমণত যাব পাৰে ৷ আজি আপুনি কৰিব বিচৰা সকলো কাম সফল হ’ব ৷ শাৰীৰিক আৰু মানসিক ভাবে সবল অনুভৱ কৰিব ,আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ আপোনাৰ পৰিয়ালত আনন্দৰ উৎসবৰ আয়োজন হ’ব আৰু আপোনাৰ প্ৰিয়জনক লগ পায় আপোনাৰ আনন্দ আৰু বাঢ়িব ৷ সামাজিক সন্মান বৃদ্ধি হ’ব ৷

মকৰ ৰাশি: আজি আপুনি ধৰ্মীয় কামত বেছি মন দিব ৷ তাৰ বাবে কিছু খৰচো কৰিব লগা হ’ব ৷ আইনী বিষয়ৰ কামত বিশেষ চকু ৰখা প্ৰয়োজন ৷ দুৰ্ঘটনা আৰু অপাৰেচনৰ পৰা আঁতৰত থাকক ৷

কুম্ভ ৰাশি: এইটো এটা সফল দিন ৷ ব্যৱসায়ত বহু উন্নতি হ’ব ৷ পুৰণি বন্ধু লগ পাব আৰু নতুন বন্ধু বনাব পাৰিব ,আৰু তেওঁলোকৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ নতুন কাম আৰম্ভ কৰাৰ সুন্দৰ সময় ৷ বিবাহৰ বাবে প্ৰস্থাব দিব বিচাৰিছে যদি আজি উত্তম দিন ৷

মীন ৰাশি: গণেশৰ কৃপা আৰু আৰ্শিবাদত এটা শুভ দিন ৷ পাপ্যখিনি সহজে লাভ কৰিব আৰু পৰিয়লৰ লগত সম্পৰ্ক ভাল হ’ব৷ বচৰ মূখত আপোনাৰ গুনগানে আপোনাক আনন্দিত কৰিব ৷ পৰিয়ালৰ লগত কটোৱা সময়ে আপোনাক সুখি কৰি তুলিব ৷ পৰিয়ালৰ ডাঙৰ সকলৰ লগত সম্পৰ্কই আপোনাক লাভ প্ৰদান কৰিব ৷ ধাৰলে লোৱা টকা ঘুৰাই দিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.