ETV Bharat / bharat

Daily Horoscope for 3rd May : আজি দিনটোৰ ৰাশিফল - ETV Bharat Daily Horoscope

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-3rd-may
Daily Horoscope for 3rd May : আজি দিনটোৰ ৰাশিফল
author img

By

Published : May 3, 2022, 5:38 AM IST

মেষ ৰাশি: কর্ম ব্যস্ততাই ব্যক্তিগত জীৱন প্ৰভাৱান্বিত কৰিব ৷ ইয়ে পৰিয়ালৰ লগত থকা সম্পর্কতো প্ৰভাৱ পেলাব ৷ পৰিয়ালৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো আনন্দৰে যাব ৷

বৃষ ৰাশি: ব্যক্তিগত জীৱনত মনোযোগ দিব ৷ সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব পাৰে ৷ শান্ত হৈ থাকিব ৷ প্ৰেমৰ সম্পর্কই ব্যক্তিগত জীৱনক প্ৰভাৱান্বিত কৰিব ৷

মিথুন ৰাশি: দুঃচিন্তা হʼব পাৰে ৷ মানসিক অশান্তি আৰু হতাশা হʼব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷

কৰ্কট ৰাশি: ভাগ্য ভাল ৷ ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ লাভ বৃদ্ধি ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷

সিংহ ৰাশি: দিনটো সক্ৰিয়তাৰে পাৰ হʼব ৷ মানসিক চিন্তাই দেখা দিব ৷ কোনো কোনো নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ তথাপিও প্ৰায় সফল হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল হʼব ৷ কৰ্মক্ষেত্ৰত লক্ষ্য লাভ কৰিব ৷ প্ৰশংসা লাভ ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷

কন্যা ৰাশি: কর্মক্ষেত্ৰত প্ৰায় সফল হʼব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ লাভ বৃদ্ধি ৷ সৌন্দৰ্য্যতাৰ প্ৰতি আকৰ্ষণ বাঢ়িব ৷

তুলা ৰাশি: নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ কৰ্ম জীৱনত লক্ষ্যত উপনীত হ’ব ৷ কৰ্মত মনোযোগ দিব ৷ ব্যস্ততা বৃদ্ধি ৷ ভাগ্য ভাল ৷

বৃশ্চিক ৰাশি: নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে ৷ কর্ম ব্যস্ততাই ব্যক্তিগত জীৱন প্ৰভাৱান্বিত কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ নকৰিব পাৰে ৷ হতাশা নহব, পুনৰ চেষ্টা কৰিব ৷ ধৈৰ্য্যশীল হ’লে লাভৱান হ’ব ৷

ধনু ৰাশি: ভাল পৰামর্শ লাভ কৰিব ৷ নিজৰ কর্মত মনোযোগ দিব ৷ সফলতা লাভ কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷

মকৰ ৰাশি: সফল হʼব ৷ নিজৰ কর্মত মনোযোগ দিব ৷ বিশ্বাস বৃদ্ধি ৷ কৰ্ম জীৱনত লক্ষ্যত উপনীত হ’ব ৷ প্ৰশংসা লাভ ৷

কুম্ভ ৰাশি: কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ প্ৰশংসা লাভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ ভাল ফল পাব ৷

মীন ৰাশি: প্ৰেমত শুভ ৷ ভাগ্য প্ৰায় ভাল ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো আনন্দৰে যাব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.