ETV Bharat / bharat

Daily Horoscope for 27th April :আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Apr 27, 2022, 5:38 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-27th-april-2022
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : সফলতা লাভ ৷ ব্যৱসায়ত উন্নতি ৷ কঠোৰ পৰিশ্ৰমৰ ফলত সুফল লাভ ৷

বৃষ ৰাশি : ৰং-বিৰঙৰ সাজ-পোছাক পৰিধান কৰিলে আনন্দ লাভ ৷ চুবুৰীয়াৰ পৰা সহায়-সহযোগিতা লাভ ৷ প্ৰিয়জনৰ সৈতে পাৰ্টি কৰিব ৷ প্ৰেমত শুভ ৷

মিথুন ৰাশি : ধাৰ্মিক উৎসৱ উৎযাপন কৰিব ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ ভ্ৰমণত আনন্দ লাভ ৷

কৰ্কট ৰাশি : ব্যৱসায়ত মনোযোগ দিব ৷ ব্যৱসায়ত সফলতা লাভ ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ খৰচ বৃদ্ধি ৷ বন্ধু-বৰ্গৰ সৈতে সময় কটাব ৷

সিংহ ৰাশি : কৰ্ম জীৱনত অশান্তি ৷ বাদ-বিবাদবোৰ আওকাণ কৰক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত৷ সঠিক সিদ্ধান্ত গ্ৰহণ ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ খং-ৰাগ পৰিত্যাগ কৰক ৷

কন্যা ৰাশি : নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ভাগৰুৱা অনুভৱ ৷ আপোনাৰ কথাই আনক উৎসাহিত কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব ৷

তুলা ৰাশি : অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰি থাকক ৷ দিনটো শুভ ৷ এলেহুৱা অনুভৱ ৷ ৰোমাঞ্চকৰ দিন ৷

বৃশ্চিক ৰাশি : পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব ৷ পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব ৷ শুভ দিন ৷

ধনু ৰাশি : সফলতা অৰ্জন ৷ ব্যৱসায়ত মনোযোগ দিব ৷ কর্মত ব্যস্ততাই ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব পাৰে ৷ শিক্ষার্থীৰ বাবে শুভ দিন ৷

মকৰ ৰাশি : মৌনতা অৱলম্বন কৰক অন্যথা বিপদত পৰিব পাৰে ৷ খৰচ বৃদ্ধি ৷ দিনটো শুভ ৷ সৌভাগ্যৰ উদয় হ'ব পাৰে ৷ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সময় কটাব ৷

কুম্ভ ৰাশি : ভাগ্য উদয় ৷ ধন লাভ ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ল'লে সফল হ'ব ৷ আনৰ পৰা প্ৰশংসা লাভ ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ ৷ দিনটো শুভ ৷

মীন ৰাশি : সক্ৰিয়তা অনুভৱ ৷ আনন্দময় দিন ৷ কৰ্মত মনোযোগ দিব ৷ সৌভাগ্য লাভ ৷ সম্পদ লাভ ৷ কৰ্মক্ষেত্ৰত শুভ ৷ যান-বাহন চলাওতে সাৱধানতা অৱলম্বন কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.