ETV Bharat / bharat

Daily Horoscope: আপোনাৰ দিনটোৰ ৰাশিফল - ৰাশি

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily Horoscope For 25th April 2023
আপোনাৰ দিনটোৰ ৰাশিফল
author img

By

Published : Apr 24, 2023, 9:43 AM IST

Updated : Apr 25, 2023, 6:17 AM IST

মেষ ৰাশি: আপোনাৰ বাবে এই দিনটো এটা মিশ্ৰিত দিন ৷ আপুনি এনে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে যাৰ কথা আপুনি পূৰ্বৰ পৰা ভাবি আছিল ৷ আজি আপুনি বাগিছালৈ ফুৰিবলৈ যাব পাৰে আৰু নিজকে সতেজ কৰিব পাৰে ৷ আপোনাৰ প্ৰতিদন্দী সকলক সুযোগ নিদিব আৰু কামৰ ক্ষেত্ৰত কঠিন হ'ব ৷ এদিন বা দুদিনৰ বাবে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ খঙক আপোনাৰ পৰা আঁতৰত ৰাখক আৰু কথা কওঁতে সাৱধান হওক ৷

বৃষ ৰাশি: আনন্দময় দিন । লক্ষ্মী দেৱীৰ কৃপালাভ কৰিব ৷ ব্যৱসায়ত উন্নতি । বন্ধু আৰু প্ৰিয়জনৰ সহযোগিতা লাভ কৰিব । ভ্ৰমণৰ যোগ ৷

মিথুন ৰাশি: কৰ্মক্ষেত্ৰতো আপোনাৰ উদ্যম বৃদ্ধি পাব ৷ প্ৰশংসা লাভ কৰিব । আপোনাৰ সহকৰ্মীসকলেও আপোনাক সহায় কৰিব । ব্যক্তিগতভাৱে আপুনি আজিৰ দিনটো আনন্দৰে সৈতে পৰিয়ালৰ সৈতে কটাব । পদোন্নতিৰ যোগ ৷

কৰ্কট ৰাশি: দিনটো শুভ নহয়, সমগ্ৰ দিন উদ্দিগ্নতাৰ মাজেৰে পাৰ হ'ব ৷ সিদ্ধান্ত লোৱাত অশুবিধা হ'ব, আৰু সেই চিন্তাই আপোনাৰ শৰীৰ আৰু মনত প্ৰভাৱ পেলাব পাৰে ৷ প্ৰিয়জনক লগ কৰক আৰু চিন্তামুক্ত হওক ৷ নহ'লে সহকৰ্মী বা অচিনাকি মানুহৰ লগত তৰ্ক বিতৰ্ক হ'ব পাৰে ৷ দীঘল উশাহ লওক আৰু সকলো কাম লাহে লাহে কৰক ৷ চিন্তা বাদ দিয়ক, মাত্ৰ হঠাৎ হ'বলগীয়া ঘটনাৰ বাবে সাজু থাকক ৷

সিংহ ৰাশি: স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকিব লাগিব । ঔষধ ক্ৰয় কৰাৰ নামত খৰছ বৃদ্ধি হ’ব পাৰে । আজি গোটেই দিনটো আপোনাক কিছু নেতিবাচক চিন্তাই আমনি দি থাকিব । ধ্যান কৰিলে মানসিক শান্তি লাভ কৰিব ।

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । ব্যৱসায়ৰ দিশত শুভ । নতুন পোছাক ক্ৰয় কৰিব পাৰে । ভ্ৰমণৰ যোগ ।

তুলা ৰাশি: আজি দিনটো শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । কৰ্মক্ষেত্ৰত লাভবান হ’ব । ব্যক্তিগত দিশত আজি আপুনি দিনটো হয়তো আনন্দেৰে পৰিয়ালৰ সৈতে কটাব । আজি আপুনি সকলো কামতে সফল হ’ব ।

বৃশ্চিক ৰাশি: আজি কাৰো সৈতে কাজিয়াত লিপ্ত নহ’ব । সন্তানক লৈ দুশ্চিন্তাই আপোনাক আমনি দিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক। কঠোৰ পৰিশ্ৰম কৰক ।

ধনু ৰাশি: আজি আপোনাৰ মানসিক অৱস্থা আৰু শাৰীৰিক অসুস্থতাই আপোনাক আমনি কৰিব । অনাৱশ্যক ব্যয়বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷ আপুনি দানধৰ্ম কৰিলে অসুবিধাত পৰিব পাৰে, গতিকে সাৱধানে থাকক । আৰ্থিক ক্ষতিৰ যোগ । মাতৃৰ স্বাস্থ্যই আপোনাক দুঃচিন্তাত পেলাব । স্বাস্থ্যৰ যত্ন লওক ৷

মকৰ ৰাশি: আজি আপুনি দিনটো বন্ধু আৰু পৰিয়ালৰ সৈতে আনন্দ-উৎসাহৰ সৈতে কটাব পাৰে । ভ্ৰমণৰ যোগ ৷ বৃত্তিধাৰী আৰু পঢ়ুৱৈসকলৰ বাবে আজিৰ দিনটো সুবিধাজনক । আজি আপুনি নিজৰ প্ৰতিযোগীসকলক চেৰ পেলাই যাব । আপুনি নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক লৈ হতাশ হৈ থাকিব। আৰ্থিক লাভৰ সম্ভাৱনা আছে । নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো ভাল ।

কুম্ভ ৰাশি: বিভিন্ন বিষয়ত আপুনি ভালকৈ কোনো সিদ্ধান্ত নোৱাৰিব । অনাৱশ্যক ব্যয় এৰাই চলক । আপুনি নিজৰ মুখত লেকাম টানি ৰাখিব নোৱাৰিলে পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া লাগি যাব পাৰে। পঢ়ুৱৈসকলে পঢ়া শুনাত মনোযোগী হ’ব লাগিব । সফল হ’বলৈ হ’লে সময় লাগে । ধৈৰ্য ধৰক ।

মীন ৰাশি: আজি বিশেষ এটা ভাল দিন নহয় ৷ শৰীৰৰ যত্ন লওক ৷ মনৰ পৰিবৰ্তন হ'ব ৷ মহিলা হিংসুক বন্ধুসকলৰ পৰা আঁতৰত থাকক, বা শাহুৰ পৰা আঁতৰত থাকক ৷ টোপনি কম হ'লে দিনত আৰাম কৰাৰ ওপৰত গুৰুত্ব দিয়ক, লগতে যোগ আৰু ধ্যান কৰক ৷ ব্যায়াম কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ লগত তৰ্ক হ'ব পাৰে ৷ আপুনি সামাজিক আৰু ধনৰ দিশত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ৷ চাকৰিয়াল সকল তেওঁলোকৰ কামৰ সুৰক্ষাৰ বাবে চিন্তাত পৰিব পাৰে ৷ আইনী কাম আৰু ধনৰ দিশত চকু ৰাখক ৷

Last Updated : Apr 25, 2023, 6:17 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.