ETV Bharat / bharat

Daily Horoscope for 25th April: আজিৰ দিনটোৰ ৰাশিফল - ইটিভি ভাৰত জ্যোতিষশাস্ত্ৰবিদৰ সৈতে জানক আপোনাৰ দিনটোৰ ৰাশি

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-25th-april-2022
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Apr 25, 2022, 5:52 AM IST

মেষ ৰাশি : সক্ৰিয় দিন ৷ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কৰ্মক্ষেত্ৰত শুভ ৷ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ ৷ ৰোমাঞ্চকৰ আৰু আনন্দময় দিন ৷

বৃষ ৰাশি : খং-ৰাগৰ বাবে আপোনাৰ কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক ৷ সাৱধানতা অৱলম্বন কৰক ৷

মিথুন ৰাশি : বিবাহৰ যোগ ৷ প্ৰেমত শুভ ৷ বিবাহৰ বাবে শুভ দিন ৷ ৰোমাঞ্চকৰ আৰু আনন্দময় দিন ৷ বিবাহিত দম্পত্তিৰ বাবে শুভ দিন ৷ পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ ৷ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷ মানসিক অশান্তিত ভূগিব পাৰে ৷

কৰ্কট ৰাশি : কোনৰ লোকৰ সৈতে শক্তিশালী বান্ধোনত বান্ধ খাব পাৰে ৷ বন্ধুৰ সৈতে সময় পাৰ কৰক আনন্দ লাভ কৰিব ৷ চিনেমা বা খেলৰ দৰে বিনোদন কাৰ্য সম্পাদন ৷ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ নতুন কাৰ্য সম্পাদনৰ বাবে শুভ দিন ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা ৷

সিংহ ৰাশি : হতাশ নহ'ব ৷ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ ৷ ধৈৰ্য্যশীল হ'লে লাভৱান হ’ব ৷ খং-ৰাগৰ বাবে আপোনাৰ কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত শান্ত থাকিব ৷

কন্যা ৰাশি : আজি আপুনি আৰাম কৰক কাৰ্য-কৰ্ম পৰিহাৰ কৰক ৷ শুভ কৰ্মত পলম নকৰিব ৷ বন্ধু-বৰ্গ আৰু প্ৰিয়জনৰ সৈতে সময় কটাব ৷ পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ ৷ আনন্দময় দিন ৷

তুলা ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে হোৱা বাদ-বিবাদক এৰাই চলক ৷ মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক ৷ আইনী ক্ষেত্ৰত সাৱধানে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ সৃষ্টিমূলক কাৰ্যত জড়িত হ'ব পাৰে ৷ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দিনটো শুভ ৷

বৃশ্চিক ৰাশি : পৰিয়ালৰ উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ যত্ন লওঁক ৷ কৰ্মক্ষেত্ৰত শুভ ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি ৷

ধনু ৰাশি : চিন্তাধাৰাবোৰে নতুন দিশ লাভ কৰিব ৷ কৰ্মজীৱনত অশান্তি ৷ আজি আপুনি আৰাম কৰক কাৰ্য-কৰ্ম পৰিহাৰ কৰক ৷

মকৰ ৰাশি : জীৱন-যাপন প্ৰণালীক সৰল কৰিব ৷ প্ৰেমত শুভ ৷ বিবাহৰ সংযোগ লাভ ৷ বিবাহিত সকলৰ বাবে শুভ দিন ৷

কুম্ভ ৰাশি : খৰচ বৃদ্ধি ৷ ব্যৱসায়ৰ বাবে শুভ দিন ৷ পৰিয়াল, বন্ধু-বৰ্গ, আৰু প্ৰিয়জনৰ সৈতে সময় কটাব পাৰে ৷

মীন ৰাশি : ব্যৱসায়ত আৰ্থিক লাভ ৷ কৰ্মত অগ্ৰগতি ৷ ঘৰুৱা পৰিবেশত শান্তি ৷ বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যাব ৷ খৰচ বৃদ্ধি ৷ ধৰ্মীয় কাৰ্য-কলাপত ব্যয় হোৱাৰ সম্ভাৱনা ৷ সতৰ্কতা অৱলম্বন কৰক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.