ETV Bharat / bharat

Daily Horoscope For 23rd September: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 12:36 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 23rd September 2023
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: বেছি কামৰ বোজা নল’ব নহলে আপোনাৰ পিঠি বেকা হৈ যাব ৷ এলাহ ভাবে কামবোৰ বিৰক্তিদায়ক কৰি তুলিব ৷ আজি পুনৰ খঙৰ বাবেই আজি আপোনাৰ ব্যক্তিগত আৰু কৰ্মজিৱনত কু-প্ৰভাৱ পেলাব ৷ ধৰ্মক্ষেত্ৰ ভ্ৰমণ কৰক যি আপোনাৰ মনত শান্তি দিব ৷

বৃষ ৰাশি: যোগ আৰু ধ্যানে মনৰ শান্তি ঘুৰাই আনে ৷ আপুনি নিজকে যেতিয়া আপোনাক দিয়া কামৰ বাবে যোগ্য বুলি নাভাবে তেতিয়ালৈকে আপোনাৰ মনলৈ শান্তি নাহে ৷ শৰীৰত বিষ, অস্থিৰ মানসিক স্থিতি, নতুন আৰম্ভণিৰ আদি চিন্তাই কাম শেষ কৰাত পলম কৰিব ৷ খোৱা-বোৱা আৰু শৰীৰৰ যত্ন লওক ৷ ভ্ৰমণ বাতিল কৰক ৷

মিথুন ৰাশি: গণেশৰ কৃপাত আজিৰ দিনটো সাকৰাত্মকভাৱে পাৰ হ’ব ৷ ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব ৷ আপুনি ভাল পোৱা কামৰ মাজত আপোনাৰ দিন পাৰ হ’ব আৰু সামাজিক প্ৰতিষ্ঠা লাভ কৰিব ৷ চিনেমা, ৰাতিৰ আহাৰ আদিয়ে আপোনাৰ আনন্দ আৰু বঢ়াই তুলিব ৷

কৰ্কট ৰাশি: চৰকাৰী চাকৰিয়াল আৰু নতুনকৈ কামত সোমোৱা সকল বিশেষভাৱে কাৰ্যালয়ৰ পৰিবেশৰ দ্বাৰা প্ৰভাবিত হ’ব ৷ সন্তান আৰু প্ৰিয়জনৰ লগত সুন্দৰ সময় পাৰ হ’ব, খৰচৰ মাত্ৰা বৃদ্ধি হ’ব, কিন্তু আপুনি সেইখিনি ভাল কামত খৰচ কৰিবলৈ পায় সন্তুষ্ট হ’ব ৷

সিংহ ৰাশি: গণেশৰ মতে এটা সম্পূৰ্ণ সুখেৰে ভৰা দিন ৷ আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যই আপোনাৰ কৰ্ম কুশলতা বহাব, কামত আৰু আগবাঢ়িব পাৰিব ৷ আপোনাৰ কামে ওপৰৱালাক সুখী কৰিব আৰু তেওঁলোকৰ পৰা ভাল বাৰ্তা লাভ কৰিব পাৰে ৷ এই সৌভাগ্য আপোনাৰ পৰিয়ালৰ লগতো ভগাই লওক ৷

কন্যা ৰাশি: আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে চাই লওক ৷ দিনটো বৰ সফল দেখা নাযায় ৷ আৰু তাৰ ফলত আপুনি মানসিক অসুস্থতা অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে ৷ কামৰ বোজাৰ পৰা সাবধান ৷

তুলা ৰাশি: নতুন আৰম্ভণি, নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণ আপোনাৰ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক ভাল আৰু সন্তোসপূৰ্ণ কৰাত সহায় কৰিব ৷ নতুন ব্যৱসায় আৰম্ভণিৰ উত্তম সময়, বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ আপোনাৰ জমা টকা সুন্দৰ সুতত লাভ কৰিব ৷ শত্ৰুৰ লগত বিজয়ে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷

বৃশ্চিক ৰাশি: আজি এটা মধ্যম দিন ৷ টকা পয়চাৰ ক্ষেত্ৰত আপোনাৰ কুশলতা বৃদ্ধি হ’ব আৰু ধৰ্মীয় ক্ষেত্ৰত টকা খৰচ হ’ব ৷ সকলোৰে ব্যৱহাৰৰ সলনিৰ ওপৰত চকু দিয়ক, কাৰণ তেওঁলোকে আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিব পাৰে ৷ আপোনাৰ চাৰিওফালি অলপ বেয়া সময় চলি থকা যেন অনুভব হয়, হ’ব এইদৰেই দিনটো পাৰ হ’ব ৷ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ভাল সময় নহয় ৷

ধনু ৰাশি: গ্ৰহৰ দশা আজি অলপ ভাল ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত বৰষিব, কামৰ ফল ভোগ কৰক ৷ সামাজিক কামত কৃতকাৰ্য হ’ব ৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্য সকলৰ লগত সময় কটাৱক ৷ ভাল শৰীৰআৰু মনে পৰিয়ালৰ লগত পয্যটন ক্ষেত্ৰ ভ্ৰমণত উৎসাহিত কৰিব ৷

মকৰ ৰাশি: খঙৰ ওপৰত কাবু ৰাখক ৷ দিনটোৰ বেছিভাগ সময় টকাৰ লোকচানৰ বাবে যন্ত্ৰণাৰ মাজত কটাব লাগিব ৷ প্ৰিয়জনৰ লগত কাজিয়া হ’ব আৰু আইনী কাৰ্যই আপোনাক মানসিক ভাবে অপকাৰ কৰিব ৷ শান্ত থাকক আৰু এইবোৰ জিৱনৰ একোটা অংশ বুলি ভাবি লওক আৰু সোতৰ লগত উটি যাওক ৷

কুম্ভ ৰাশি: গ্ৰহৰ দশা ভাল, আপুনি কৰা কামৰ বাবে উপহাৰ আশা কৰিব পাৰে ৷ পৰিয়াল আৰু সন্তানৰ লগত সময় কটাব পাৰিব, নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ সেইয়া ব্যৱসায় বা সন্তানৰ ক্ষেত্ৰতো হ’ব পাৰে ৷ আপোনাৰ দক্ষতা বৃদ্ধি হ’ব আৰু সামাজিকভাৱে সন্মান লাভ কৰিব ৷ ভ্ৰমণৰ সুন্দৰ যোগ আছে ৷

মীন ৰাশি: কাৰ্যক্ষেত্ৰ আৰু পাৰিবাৰিক বিষয়ত এটা ভাগ্যশালী দিন বুলিব পাৰি ৷ ইশ্বৰৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু লক্ষ্মী দেৱীৰ কৃপা বৰষি থাকিব ৷ ব্যৱসায়ত উন্নতি হ’ব আৰু ধাৰে দিয়া টকা ঘুৰাই পাব ৷ পিতৃৰ সুভকামনাৰ ফলত সমাজত আপোনাৰ স্থান উন্নত হ’ব ৷ শৰীৰৰ পৰা একো অসুবিধা নোপোৱাকৈ দিন পাৰ কৰিব পাৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.