ETV Bharat / bharat

Daily horoscope for 23rd October: আজিৰ দিনটোৰ ৰাশিফল - আপোনাৰ আজিৰ দিনটোৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

daily-horoscope-for-23rd-october-2022
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Oct 23, 2022, 5:06 AM IST

মেষ ৰাশি: বিত্তীয় আৰু ব্যৱসায়িক বিষয়বোৰৰ বাবে দিনটো অনুকূল ৷ দীৰ্ঘম্যাদী বিনিয়োগ কৰিব পাৰে, ভৱিষ্যতৰ বাবে লাভদায়ক হ’ব ৷ দিনটো আনন্দৰে কটাব ৷ সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

বৃষ ৰাশি: নতুন মানুহৰ সৈতে চিনাকী হ’ব ৷ দিনটো অনুকূল আৰু গোটেই দিনটো আনন্দত থাকিব ৷ বিনিয়োগ সম্বন্ধীয় সকলো সমস্যাৰ নিষ্পত্তি হ’ব ৷

মিথুন ৰাশি: বিভিন্ন চিন্তাত নিমগ্ন হৈ থাকিব ৷ আলোচনা আৰু তৰ্ক-বিতৰ্কৰপৰা দূৰত থাকক ৷ আৱেগিক হৈ পৰিব পাৰে ৷ ভ্ৰমণত শুভ ৷ কিন্তু ভ্ৰমণ এৰাই চলাটোহে ভাল ৷ মানসিকভাৱে বিধ্বস্ত হৈ পৰিব পাৰে ৷ পানী বা আন কোনো তৰল পদাৰ্থৰ পৰা বিপদ আছে ৷

কৰ্কট ৰাশি: দিনটো ভাগ্যশালী হৈ থাকিব ৷ নতুন কাম আৰম্ভ কৰিবলৈ দিনটো বহুত ভাল ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে মতবিৰোধ হোৱাৰ সম্ভাৱনা ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ আৰ্থিক লাভৰ যোগ আছে ৷ সামাজিক মান বৃদ্ধি পাব ৷

সিংহ ৰাশি: দিনটো আৰ্থিক লাভৰ দিন ৷ দূৰ অঞ্চলৰ মানুহৰ সৈতে যোগাযোগৰ জৰিয়তে উপকৃত হ’ব ৷ পৰিয়ালৰ পৰা বিশেষকৈ বান্ধৱীসকলৰ পৰা সহযোগিতা পাব ৷ দাঁত বা চকুৰ সমস্যাৰ পৰা সকাহ পাব ৷

কন্যা ৰাশি: নতুন মানুহৰ সৈতে চিনাকী হ’ব, যাৰ পৰা ভৱিষ্যতত লাভৱান হ’ব ৷ আত্মবিশ্বাসৰ সৈতে আগবাঢ়ি যাব ৷ ব্যৱসায়ত শ্ৰীবৃদ্ধি হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷ দিনটো আনন্দৰে পাৰ কৰিব ৷ আৰ্থিক লাভ নিশ্চিত ৷ কিছু সুসংবাদো পাব পাৰে ৷ ভ্ৰমণত শুভ ৷

তুলা ৰাশি: স্বাস্থ্যৰ যতন লওঁক ৷ অধৈৰ্য বা অসাৱধান আচৰণে বিপদ পেলাব ৷ তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত দুৰ্ঘটনা হ’ব পাৰে ৷ ব্যয়বৃদ্ধি হ’ব ৷ ব্যৱসায়ত অংশীদাৰসকলৰ সৈতে সংঘাত হ’ব পাৰে ৷ ভাবি চিন্তি কথা ক’ব ৷ অনাৱশ্যক কাজিয়া বিবাদত লিপ্ত নহ’ব ৷ ন্যায়ালয় সম্বন্ধীয় বিষয়ত অতি সতৰ্ক হ’ব ৷ চিনাকী মানুহৰ সৈতে তৰ্ক হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: দিনটো বিভিন্ন দিশৰ পৰা লাভৱান হ’ব ৷ ব্যৱসায়ত লাভৰ যোগ আছে ৷ নিজৰ পুৰণি বন্ধুক লগ পাব পাৰে ৷ বিবাহ প্ৰাৰ্থীসকলে জীৱনসংগী বা জীৱনসংগিনী পাব পাৰে ৷ নৈসৰ্গিক ঠাইত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ দাম্পত্য সুখত মতলীয়া হৈ থাকিব ৷

ধনু ৰাশি: দিনটো সৌভাগ্যশালী ৷ ব্যৱসায়ৰ উন্নতি হ’ব ৷ চাকৰিয়ালসকলৰ ঊৰ্ধ্বতনসকলে কামৰ প্ৰতি সুখী হ’ব ৷ পদোন্নতি হ’ব পাৰে ৷

মকৰ ৰাশি: মানসিক আৰু ভাষিক শক্তি প্ৰয়োগ কৰিবলগীয়া কামবোৰ কৰিবলগীয়া হ’ব পাৰে ৷ মানসিক যন্ত্ৰণাত ভূগিব ৷ সন্তানৰ শিক্ষা আৰু স্বাস্থ্যক লৈ চিন্তাত থাকিব ৷

কুম্ভ ৰাশি: ধ্যান বা যোগ কৰক ৷ অনৈতিক কাৰ্য যেনে চুৰি কৰা আদিৰ পৰা আঁতৰত থাকক ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷

মীন ৰাশি: কলাৰ প্ৰতি প্ৰেম হ’ব ৷ ব্যৱসায়ত শুভ ৷ ব্যৱসায়ত লাভৰ যোগ আছে ৷ নিজৰ পুৰণি বন্ধুক লগ পাব পাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.