ETV Bharat / bharat

Daily Horoscope For 19th June: আপোনাৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jun 19, 2023, 5:06 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 19th June 2023
আপোনাৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: গণেশৰ কৃপাত দিনটো শুভ ৷ হঠাৎ হোৱা সাল-সলনিয়ে আপোনাৰ কামৰ ধাৰা সলনি কৰিব আৰু সিদ্ধান্ত গ্ৰহণত সময় লগাব ৷ কাৰো লগত অযথা তৰ্ক বিতৰ্ক নকৰিব , বিশেষকৈ মহিলাৰ সৈতে ৷ শান্ত থাকক আৰু আনন্দ কৰক ৷

বৃষ ৰাশি: আপুনি কাম কৰাৰ সময়ত আজি সকলৰ সৈতে মিঠা মাতেৰে কথা পাতি থাকিব । আজি নতুন বন্ধুত্ব গঢ়ি তুলিব আৰু নতুন মানুহৰ সৈতে চিনাকী হ’ব । আজিৰ দিনটো আপোনাৰ বাবে অনুকূল আৰু গোটেই দিনটো আপুনি আনন্দত থাকিব । আপোনাৰ কাম হয়তো স্বীকৃতি নাপাব পাৰে, কিন্তু এইবোৰ কথা চিন্তা নকৰি আপুনি নিজৰ কাম ঠিকেই কৰি যাব । বিনিয়োগ সম্বন্ধীয় সকলো সমস্যাৰ নিষ্পত্তি কৰাৰ বাবে দিনটো বহুত ভাল ।

মিথুন ৰাশি: আজি আপুনি বিভিন্ন চিন্তাত নিমগ্ন হৈ থাকিব । আজি আপোনাক যি কামৰ দায়িত্ব দিয়া হ’ব, সেয়া সম্পন্ন কৰিবলৈ আপুনি নিজৰ সৰ্বোত্তম প্ৰয়াস পাব । আলোচনা আৰু তৰ্ক-বিতৰ্কৰপৰা দূৰত থাকক । মহিলাৰ ক্ষেত্ৰত বিশেষকৈ মাতৃৰ ক্ষেত্ৰত আপুনি আৱেগিক হৈ উঠিব পাৰে । ভ্ৰমণৰ যোগ আছে, কিন্তু আপুনি ভ্ৰমণ এৰাই চলাটোহে ভাল । কোনো বিষয়ক লৈ বিপাঙত পৰিব পাৰে, কিন্তু সেইষাৰ কথাক লৈ অত্যধিক চিন্তা কৰি থাকিলে আপুনি মানসিকভাৱে বিধ্বস্ত হৈ পৰিব পাৰে। পানী বা আন কোনো তৰল পদাৰ্থৰপৰা বিপদ আছে আপোনাৰ বাবে ।

কৰ্কট ৰাশি: আজি দিনটো আপুনি ভাগ্যশালী হৈ থাকিব । নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো বহুতেই ভাল । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে মতবিৰোধ হোৱাৰ সম্ভাৱনা থাকিলেও তেওঁলোকৰ সৈতে ছুটী কটাবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে । আপুনি নিজৰ কামক লৈ সন্তুষ্ট থাকিব । আজি আপুনি যিয়ে কৰিব, তাতেই সফল হ’ব । ব্যৱসায়ত আপুনি নিজৰ প্ৰতিযোগীসকলক চেৰ পেলাই যাব । আৰ্থিক লাভৰ যোগ আছে। আপোনাৰ সামাজিক মান বৃদ্ধি পাব পাৰে ।

সিংহ ৰাশি: আজিৰ দিনটো আৰ্থিক লাভৰ দিন । কিন্তু খৰচো বহুত হ’ব । দূৰ অঞ্চলৰ মানুহৰ সৈতে যোগাযোগৰ জৰিয়তে আপুনি উপকৃত হ’ব পাৰে । পৰিয়ালৰপৰা বিশেষকৈ বান্ধৱীসকলৰপৰা সহযোগিতা পাব । আপুনি আজি দাঁত বা চকুৰ সমস্যাৰপৰা সকাহ পাব । আপুনি নিজৰ বিনম্ৰ ব্যৱহাৰেৰে মানুহৰ মন জয় কৰিব ।

কন্যা ৰাশি: আজি আপুনি নতুন মানুহৰ সৈতে চিনাকী হ’ব, যাৰপৰা ভৱিষ্যতত আপুনি লাভবান হ’ব । আপুনি আত্মবিশ্বাসৰ সৈতে আগবাঢ়ি যাব । ব্যৱসায়ত শ্ৰীবৃদ্ধি হ’ব । আজি আপোনাৰ স্বাস্থ্য বৰ ভালে থাকিব । আজি দিনটো এনেকৈ যাব যে আপুনি আনন্দিত হৈ থাকিব । আৰ্থিক লাভ নিশ্চিত । আপুনি কিছু সুসংবাদো পাব পাৰে । আপোনাৰ ভ্ৰমণত কোনো বাধা-বিঘিনি নাই । আজি টোপনি ভাল হ’ব আপোনাৰ ।

তুলা ৰাশি: আজি আপুনি স্বাস্থ্যৰ যতন লওঁক। অধৈৰ্য বা অসাৱধান আচৰণে আপোনাক বিপদ পেলাব । তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত দুৰ্ঘটনাৰ আশংকাক নুই কৰিব নোৱাৰি । ব্যয়বৃদ্ধি হ’ব । ব্যৱসায়ত অংশীদাৰসকলৰ সৈতে সংঘাত হ’ব পাৰে । ভাবি চিন্তি কথা ক’ব । অনাৱশ্যক কাজিয়া বিবাদত লিপ্ত নহ’ব । ন্যায়ালয় সম্বন্ধীয় বিষয়ত আপোনাক অতি সতৰ্ক হ’ব লাগিব যেন লাগিছে । চিনাকী মানুহৰ সৈতে তৰ্ক হ’ব পাৰে । আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হ’ব আৰু এয়া আপোনাৰ বাবে নিশ্চিতকৈ লাভদায়ক হ’ব ।

বৃশ্চিক ৰাশি: আজিৰ দিনটো বিভিন্ন দিশৰপৰা আপুনি লাভবান হ’ব । ব্যৱসায়ত আপোনাৰ লাভৰ যোগ আছে । আপোনাৰ কামত আপোনাৰ বছ সন্তুষ্ট হ’ব । আপুনি নিজৰ পুৰণি বন্ধুক লগ পাব পাৰে, তেওঁলোকৰ সৈতে ছুটীও কটাবলৈ যাব পাৰে । বিবাহপ্ৰাৰ্থীসকলে জীৱনসংগী বা জীৱনসংগিনী পাব পাৰে । আপুনি আজি কেৱল নিজৰ পতি বা পত্নী আৰু পুত্ৰৰপৰাই নহয়, বান্ধৱীৰপৰাও উপকৃত হ’ব পাৰে । নৈসৰ্গিক ঠাইত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে । আপুনি আজি উপহাৰ পাব পাৰে । দাম্পত্য সুখত মতলীয়া হৈ থাকিব ।

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো বৰ ভাগ্যশালী। আজি আপুনি নিজৰ আৰ্থিক দিশসমূহক বৰ ভালকৈ চম্ভালি ল’ব পাৰিব । আপুনি সফলভাৱে নিজৰ কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু মনৰ আনন্দত আপুনি আনৰ কামত সাহায্যও কৰিব । আপোনাৰ ব্যৱসায় সম্বন্ধীয় গুৰুত্বপূৰ্ণ সিদ্ধান্তও হয়তো গ্ৰহণ কৰা হ’ব আজি । ব্যৱসায়ৰ কাৰণে ভ্ৰমণৰ যোগ আছে। আপুনি নিজৰ প্ৰতিভাৰে ঊৰ্ধ্বতনৰ মন জয় কৰিব পাৰিলে আপোনা্ৰ পদোন্নতিৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। আপুনি পিতৃ আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰপৰা উপকৃত হ’ব পাৰে ।

মকৰ ৰাশি: আজিৰ দিনটো অইন দিনবোৰৰ দৰেই সাধাৰণ । বৌদ্ধিক কাম কৰিবলগীয়া বিষয়বোৰত যুক্ত হোৱাৰ বাবে সময়টো উত্তম । লেখামেলা আৰু সাহিত্যৰ লগত যুক্ত লোকসকলৰ বাবে দিনটো ভাল । চৰকাৰী বিষয়ত উত্থাপিত হোৱা প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিবলগীয়া হ’ব পাৰে আপুনি । দিনৰ শেষত আপোনাৰ ভাগৰুৱা লাগিব পাৰে । আপুনি মানসিক আৰু আৱেগিকভাৱে বিধ্বস্ত হৈ পৰিব ।

কুম্ভ ৰাশি: আজি আপোনাৰ মনত বহুত চিন্তা থাকিব, এইবোৰ চিন্তাই আপোনাক সম্পূৰ্ণ বিধ্বস্ত কৰি পেলাব । আপোনাৰ খং উঠিব পাৰে আৰু আপোনাৰ খং তেতিয়াহে কমিব যেতিয়া আপুনি নিজক শান্ত কৰি তুলিব আৰু অত্যধিক চিন্তা কৰা বাদ দিব । চুৰ কৰা আৰু অন্যান্য অবৈধ কাৰ্যকলাপৰপৰা দূৰত থাকক । নেতিবাচক মনোভাৱ এৰাই চলক আৰু ভাবি চিন্তি কথা পাতক । পৰিয়ালত কোনোবাৰ বিবাহৰ সম্ভাৱনা আছে । ব্যয় বৃদ্ধিৰ সম্ভাৱনা আছে বাবে সেই দিশটোক নিয়ন্ত্ৰণ কৰিব লাগিব আপুনি। ভগৱানৰ নামগান কৰিলে আপোনাৰ ভাল লাগিব পাৰে ।

মীন ৰাশি: আজি আপোনাৰ গ্ৰহ অনুকূল, যাৰ ফলত আপুনি যি কোনো ধৰণৰ শিল্পকলাৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। ব্যৱসায়ত নতুন অংশীদাৰিত্বৰ বাবে দিনটো অতি উত্তম । প্ৰাত্যহিকতাৰ মাজত আপুনি ভাগৰি পৰিছে একেবাৰে, সেয়েহে আজি অলপ আনন্দ-ফুৰ্তি কৰিব বিচাৰিব আপুনি । আজি আপুনি প্ৰিয়জনৰ সৈতে আনন্দ-ফুৰ্তি কৰিব পাৰে বা ক’ৰবাত ফুৰিবলৈ যাব পাৰে । পৰিয়ালৰ লোকক লৈ বাহিৰত ফুৰিবলৈ গ’লে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু অধিক মজবুত হ’ব। সফলতাই আপোনাৰ বাবে স্বীকৃতি কঢ়িয়াই আনিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.