ETV Bharat / bharat

Daily Horoscope For 19th December: কেনে যাব আপোনাৰ আজিৰ দিনটো - আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 19th December 2023
কেনে যাব আপোনাৰ আজিৰ দিনটো
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 6:00 AM IST

মেষ ৰাশি: লক্ষ্মীদেৱীৰ আশীৰ্বাদ লাভ কৰিব, আৰ্থিক লাভৰ সময় ৷ সামাজিকভাৱে, খ্যাতি আৰু মৰ্যদা বৃদ্ধি পাব ৷ ব্যৱসায়ত লাভ ৷ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ অপেক্ষা কৰাসকলৰ বাবে, শীঘ্ৰেই বিবাহৰ প্ৰস্তাৱ আহিব পাৰে ৷ দিনটোৰ পিছবেলা কিছু স্বাস্থ্যজনিত সমস্যা দেখিবলৈ পাব ৷ যিকোনো শুভ কাম কৰাৰ পূৰ্বে দুবাৰ ভাবি চাওক ৷ সন্ধিয়া পৰিয়ালৰ লগত আলোচনাত সময় কটোৱাটো উচিত নহ’ব, মতবিৰোধ হ’ব পাৰে ৷

বৃষ ৰাশি: ব্যৱসায়ৰ বাবে এটা সুন্দৰ দিন ৷ কৰ্মস্থলীত প্ৰশংসাৰ পাত্ৰ হ’ব ৷ নাম, যশ আৰু সামাজিক মান্যতা অৰ্জন কৰিব ৷ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷ সংগীৰ লগত আনন্দময় সময় কটাব পাৰিব ৷ নতুন কাম আৰম্ভ কৰিবৰ বাবে সঠিক সময় ৷ প্ৰকৃতিৰ কোলাৰ কোনো সুন্দৰ স্থানত আপোনাৰ সন্ধিয়া কটাওক ৷

মিথুন ৰাশি: কৰ্মস্থলীত অধীনস্থ বা জ্যেষ্ঠসকলৰ লগত সম্পৰ্ক বেয়া নকৰিব ৷ অলপ আপোচ কৰাৰ চেষ্টা কৰক আৰু আপুনি নিজৰ আৰু আনৰ বাবেও সুন্দৰ পৰিবেশৰ সৃষ্টি কৰিব পাৰিব ৷ আৰাম আৰু বিলাসীতাত ব্যয় কৰাৰ সম্ভাৱনা আছে ৷ মনৰ সুখী স্থিতিয়ে আপোনাৰ ঘৰৰ পৰিবেশ শান্ত আৰু শান্তিপ্ৰিয় কৰি ৰাখিব ৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷

কৰ্কট ৰাশি: সাৱধানতা অৱলম্বন কৰক ৷ অবৈধ আৰু অনৈতিক কামৰ পৰা বিৰত থাকক, বংশৰ নাম নষ্ট কৰিব পাৰে ৷ কঠোৰ শব্দ প্ৰয়োগ কৰাৰ আগতে ভাবি চাওক; আনক আহত কৰিব পাৰে ৷ কৰ্মস্থলী আনৰ ব্যৱহাৰৰ বাবে হতাশ হ’ব পাৰে ৷ আপোনাৰ প্ৰতিদ্বন্দীৰ লগত বিবাদ বৃদ্ধি পাব; কৰ্মস্থলীত কাজিয়া কৰাৰ পৰা বিৰত থাকক ৷ খালী থকা সময়খিনিত আপোনাৰ ভাল লগা কিতাপ পঢ়িব পাৰে ৷

সিংহ ৰাশি: আপুনি এক সুস্থ শাৰীৰিক আৰু মানসিক স্থিতিত থাকিব ৷ বন্ধু বৰ্গ আৰু পৰিয়ালৰ লগত সামাজিক সমাবেশ আৰু মিলাপ্ৰীতিৰ পৰিকল্পনাৰ বাবে ভাল সময়, তেওঁলোকৰ লগত ফুৰিবলৈ যাব পাৰে ৷ ব্যৱসায়ত, পাৰ্টনাৰৰ লগত এটা ভাল চুক্তি লাভ কৰিব ৷ দিনটোৰ দ্বিতীয়ভাগত, অপ্ৰত্যাশিত ব্যয়ৰ বাবে কিছু আৰ্থিক সমস্যাৰ সন্মূখীন হ’ব পাৰে ৷ কোনো ধৰ্মীয় স্থানত ভগৱানৰ নাম লৈ শান্তি লাভ কৰিব পাৰে; যোগাসনে আপোনাক অলপ শান্তি দিব পাৰে ৷

কন্যা ৰাশি: আজি আপুনি অধিক আবেগিক আৰু অধিক সংবেদনশীল হৈ থকাৰ সম্ভাৱনা আছে ৷ ই আপোনাক কামত মনোনিবেশ কৰাত সহায় কৰিব পাৰে ৷ আপোনাৰ সুখী মনোভাৱ আৰু সফলতাসমূহে আপোনাক প্ৰশংসাৰ পাত্ৰ কৰি তুলিব ৷ মাতৃৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব ৷ ই পাৰিবাৰিক পৰিবেশক শান্ত আৰু সৌম্য কৰি ৰাখিব ৷ ওচৰৰ কোনো স্থানলৈ ভ্ৰমণ কৰিবলৈ যাওক আৰু পৰিয়ালৰ সৈতে সময় কটাওক ৷

তুলা ৰাশি: আজি আপুনি কল্পনাৰাজ্যতে থাকিব আৰু আপোনাৰ সৃষ্টিশীল দক্ষতাক সফলতাৰে ব্যৱহাৰ কৰিব পাৰিব ৷ অধিক চিন্তাই আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে ৷ যদি সম্ভৱপৰ হয়, আপোনাৰ অফিচৰ যাত্ৰাক পিছুৱাই দিয়ক ৷ অপ্ৰত্যাশিত ব্যয় হ’ব পাৰে ৷ কৰ্মস্থলীত সফলতাৰে আপোনাৰ কাম সম্পূৰ্ণ কৰিব পাৰিব; ই আপোনাক মান্যতা প্ৰদান কৰিব পাৰে ৷ পৰিয়ালৰ লগত নিশাৰ আহাৰ গ্ৰহণ কৰক আৰু সাধাৰণ কথোপকথনত মিলিত হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: ব্যক্তিগত আৰু শিক্ষাগত দিশত লাভান্বিত হ’ব ৷ শিক্ষাৰ্থীয়ে অধ্যয়নত ভাল ফল লাভ কৰিব পাৰে ৷ সফল সম্পৰ্কৰ চাবিকাঠি হ’ল বুজাপৰা আৰু সমন্বয়; এই মনোভাৱ প্ৰয়োগ কৰক আৰু আপুনি বহুতো সমস্যাৰ সমাধান কৰিব পাৰিব ৷ নতুন কামৰ আৰম্ভ কৰাটো আপোনাৰ পক্ষত নাথাকিবও পাৰে ৷ পোচাক আৰু গহণা ক্ৰয় কৰি আপুনি সময় উপভোগ কৰিব পাৰে; কিন্তু লক্ষ্য ৰাখিব যাতে অত্যধিক ব্যয় নহয় ৷ আৰ্থিক সম্পদৰ ব্যৱস্থা কৰাৰ বাবে এটা ভাল সময় ৷ একে লেঠাৰিয়ে চিন্তা কৰি থকাৰ পৰা মনটোক বিৰতি দিয়ক ৷

ধনু ৰাশি: এটা সাধাৰণ দিনৰ আভাস হয় ৷ ভাল স্বাস্থ্যই আপোনাক উত্‍সাহিত আৰু আনন্দিত কৰি ৰাখিব ৷ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত চমু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰিয়জনৰ লগত সময় কটাবৰ বাবে সোণালী সুযোগ পাব ৷ দিনটোৰ পিছবেলা, আচবাব আৰু গৃহসজ্জাৰ সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে ৷ সম্পত্তি সম্বন্ধীয় আইনী নথি পত্ৰত হস্তাক্ষৰ কৰোতে সাৱধান হওক ৷

মকৰ ৰাশি: অবাঞ্চিত পৰিস্থিতিত নপৰিবৰ বাবে মনে মনে থকাই উচিত ৷ মানসিক শান্তি লাভৰ বাবে আপুনি আপোনাৰ ধনৰ এক বৃহত পৰিমাণ ধৰ্মীয় কাৰ্য, ৰীতি নীতিত ব্যয় কৰিব পাৰে ৷ দিনটোৰ পিছৰ ভাগত, আপুনি অধিক আনন্দিত অনুভৱ কৰিব ৷ এই সৌভাগ্যশীল সময় পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত কটাই উপভোগ কৰক ৷

কুম্ভ ৰাশি: আজি আপুনি ধৰ্মীয় ৰূপ ধাৰণ কৰিব ৷ নেতিবাচক চিন্তা এৰাই চলক আৰু ইতিবাচক চিন্তাৰে মানসিক ভাৰসাম্য বৰ্তাই ৰাখক ৷ ই আপোনাক শক্তিশালী আৰু উত্‍সাহী কৰি ৰাখিব ৷ সন্ধিয়া কোনো ধৰ্মীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰে ৷ শিক্ষাৰ্থীৰ বাবেও এটা ভাল দিন হ’ব ৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ সন্ধিয়া পৰিয়ালৰ লগত সময় কটাওক ৷

মীন ৰাশি: আপোনাৰ শক্তিসমুহক গোটাওক আৰু এক ইতিবাচক দিশলৈ লৈ যাওক ৷ ধ্যান সাধনা আৰু যোগাসন কৰক ৷ পৰিয়ালৰ লোক আৰু প্ৰিয়জনৰ লগত বিবাদ হ’ব পাৰে ৷ আপোনাৰ জিহ্বা আৰু আগ্ৰাসনতাক নিয়ন্ত্ৰণত ৰাখক ৷ দুপৰীয়াৰ পিছত, আপুনি চিন্তা কৰা আৰু কথা কওতে এটা ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু এই মানসিক স্থিতিয়ে আপোনাক আনন্দিত আৰু সন্তুষ্ট কৰিব ৷ বন্ধুবৰ্গ আৰু প্ৰিয়জনক লগ কৰিব পাৰে ৷ ঘৰত সুখী পৰিবেশ বৰ্তি থাকিব ৷ ব্যয় সীমিত কৰক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.