ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Aug 19, 2021, 12:02 AM IST

মেষ ৰাশি : কৰ্মত শান্ত হৈ থাকক ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ কৰ্মত আৰু অধিক মনোযোগ দিয়ক ৷ এলেহুৱা ভাৱ পৰিহাৰ কৰক ৷

বৃষ ৰাশি : স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷ মানসিক অশান্তিৰ সম্ভাৱনা ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ দুৰ্ঘটনাৰ সম্ভাৱনা ৷ যাত্ৰা বাতিল কৰক ৷

মিথুন ৰাশি : দিনটো শুভ ৷ সুখ ভোগ ৷ প্ৰেমত শুভ ৷ ভ্ৰমণৰ যোগ ৷ বন্ধু নাইবা পৰিয়ালৰ সৈতে হোৱা ভ্ৰমণৰ আনন্দ লাভ ৷ স্বাস্থ্য উন্নত ৷ কৰ্মত সফলতা ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ কৰ্মত সফল ৷ খ্যাতি অৰ্জন ৷ শাৰীৰিক-মানসিক স্বাস্থ্য উন্নত ৷ চাকৰিয়ালসকলৰ বাবে শুভ দিন ৷ ভাল বন্ধু লাভ ৷

সিংহ ৰাশি : প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ ব্যৱসায়ত লাভ ৷ যাত্ৰাত শুভ ৷ দিনটো শুভ ৷

কন্যা ৰাশি : কৰ্মত মনোযোগ দিয়ক ৷ বিপদ হোৱাৰ সম্ভাৱনা ৷ সতৰ্কতা অৱলম্বন কৰক ৷ পৰচৰ্চা নকৰিব ৷ লক্ষ্যত সফল নহ’ব পাৰে ৷

তুলা ৰাশি : কৰ্মব্যস্ততা বৃদ্ধি ৷ ভ্ৰমণৰ যোগ ৷ দিনটো শুভ ৷

বৃশ্চিক ৰাশি : কথা কওতে সাৱধান হওক ৷ কৰ্মত শান্ত হৈ থাকক ৷ গ্ৰহ অনুকূল ৷ মাংগলিক কৰ্ম সম্পাদন কৰাৰ পৰা বিৰত থাকক ৷ শিক্ষাৰ্থীসকলৰ বাবেও দিনটো অনুকূল ৷ সতৰ্কতা অৱলম্বন কৰক ৷

ধনু ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ পৰিকল্পিত কাম হাতত ল’লে সফল হ’ব । আৰ্থিক লাভৰ যোগ । তীৰ্থযাত্ৰা হ’ব পাৰে । কোনো আত্মীয়ৰ ঘৰত শুভ অনুষ্ঠানত যোগ দিব পাৰে । আনন্দ লাভ ৷ দাম্পত্য জীৱন সুখৰ ৷

মকৰ ৰাশি : কৰ্মত প্ৰায় সফল ৷ স্বাস্থ্যৰ যতন লওক ৷ আয়তকৈ ব্যয় অধিক ৷ সন্তানৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা ৷ যাত্ৰা বাতিল কৰক ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰকট ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত লাভ ৷ পুৰণি বন্ধু লাভ ৷ বন্ধুৰ সৈতে ভ্ৰমণৰ যোগ ৷ বিবাহৰ সংযোগ ৷

মীন ৰাশি : কৰ্মত অশান্তি হ’ব পাৰে ৷ মনৰ কথা আনৰ আগত ব্যক্ত নকৰিব ৷ প্ৰেমত শুভ ৷ বিবাহৰ সংযোগ ৷ দাম্পত্য জীৱন সুখৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.