ETV Bharat / bharat

Daily Horoscope for 17th June: আজি দিনটোৰ ৰাশিফল

author img

By

Published : Jun 17, 2022, 5:11 AM IST

কেনে যাব আপোনাৰ আজি দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-17th-june
Daily Horoscope for 17th June: আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: প্ৰশংসা লাভ । পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ প্ৰেমত শুভ ৷ দিনটো প্ৰায় ভাল ৷

বৃষ ৰাশি: বিদেশত কাম কৰাৰ সুযোগ পাব পাৰে ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো আনন্দৰে কটাব ৷ লাভবান হ’ব ৷ বিনিয়োগৰ কাৰণে সময়টো অনুকূল ৷

মিথুন ৰাশি: মনত বাহ লোৱা বেয়া ভাববোৰ আঁতৰাই পেলাওঁক, নহ’লে বিপদত পৰিব ৷ নতুন কাম আৰম্ভ নকৰিব ৷ খঙক আঁতৰাই ৰাখক ৷ খৰচ বৃদ্ধি ৷ ধ্যান আৰু যোগ অভ্যাসে মনক শান্ত ৰখাত সহায় কৰিব ৷

কৰ্কট ৰাশি: টকা-পইচাৰ ক্ষেত্ৰত নিশ্চিত হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ ল’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ প্ৰেমত শুভ ৷

সিংহ ৰাশি: ভাল পৰামর্শ লাভ কৰিব ৷ কৰ্ম জীৱনত পদোন্নতি হʼব ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷ লক্ষ্যত উপনীত হ’ব ৷ আমদানি ভাল হʼব ৷ ধন উপাৰ্জন কৰিব ৷

কন্যা ৰাশি: এলাহে দিনটো লগ নেৰিব ৷ মূৰৰ বিষ, উদ্দিগ্নতা আদিত ভুগিব আৰু মাতৃৰ শৰীৰক লৈ চিন্তা হ’ব ৷ প্ৰিয়জনৰ লগত সৰু কথাত তৰ্ক-বিতৰ্কই মনক অসন্তুষ্টি প্ৰদান কৰিব ৷ পানীত থকা জীৱ আৰু অচিনাকি মহিলাৰ পৰা আঁতৰি থাকক ৷ আইনী কাগজ পত্ৰ বা মাটি সম্পত্তিৰ ক্ষেত্ৰত সাৱধানে কাম হাতত লওঁক ৷

তুলা ৰাশি: আৱেগ আৰু দুৰ্বলতাসমূহ আনক প্ৰকাশ নকৰিব ৷ মনত আঘাত পাব ৷ প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে ৷ গ্ৰহৰ স্থিতি প্ৰতিকূল নহয় ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷

বৃশ্চিক ৰাশি: দিনটো আনন্দৰে পাৰ হ’ব ৷ সৌভাগ্যশালী হ’ব ৷ কোনো নতুন কাম হাতত ল’ব পাৰে ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব ৷ সৰুসুৰা সুখকৰ ভ্ৰমণ পৰিকল্পনা কৰিব পাৰে ৷

ধনু ৰাশি: দিনটো মধ্যমীয়া ৷ স্বাস্থ্যৰ প্ৰতি নজৰ দিব ৷ কৰ্মক্ষেত্ৰত সফলতাত বাধাৰ সৃষ্টি হ’ব পাৰে ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ পৰিয়ালৰ লোকসকলৰ সৈতে মতবিৰোধ হ’ব ৷

মকৰ ৰাশি: শুভ দিন ৷ ঘৰুৱা পৰিৱেশ ইতিবাচক হৈ থাকিব ৷ বন্ধু আৰু প্ৰিয়জনসকলৰ পৰা উপহাৰ পাব পাৰে ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ মানসিকভাৱে সুখী অনুভৱ কৰিব ৷

কুম্ভ ৰাশি: শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া হ’ব পাৰে ৷ ধন বিনিয়োগ কৰাৰ সময়ত আৰু আইনী বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক হৈ থাকিব ৷ অতিৰিক্ত ব্যয় হ’ব পাৰে ৷ কথা কওঁতে সাৱধান হ’ব ৷ খঙৰ উপৰত নিয়ন্ত্ৰণ ৰাখক ৷ দুৰ্ঘটনা হ’ব পাৰে ৷

মীন ৰাশি: গ্ৰহ ভাল ৷ প্ৰিয়জনৰ লগত সম্পৰ্ক উন্নত হ’ব ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ ব্যবসায়ত শুভ ৷ ভ্ৰমণত শুভ ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ ভাগৰুৱা অনুভৱ কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.