ETV Bharat / bharat

Daily Horoscope For 15th June: আপোনাৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jun 15, 2023, 5:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)৷

Daily Horoscope For 15th June 2023
আপোনাৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক হৈ ৰ’ব । আৰ্থিক লাভ হ'ব পাৰে । সৰুসুৰা ভ্ৰমণৰ সম্ভাৱনা হয় । কঠোৰ পৰিশ্ৰমৰ বাবে আজিৰ দিনটো ভাল । আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য আজি উত্তম হৈ থাকিব ।

বৃষ ৰাশি: ভাল ব্যৱহাৰৰ দ্বাৰা সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব । স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে । বাহিৰৰ খাদ্য বৰ্জন কৰক । কৰ্মত মনোনিবেশ কৰিব পাৰিব ৷

মিথুন ৰাশি: আজি আপুনি মাতৃক লৈ আৱেগিক হৈ থাকিব । তৰ্ক বিবাদ এৰাই চলক । প্ৰিয়জনৰ সৈতে সামান্য বিবাদ হ’ব পাৰে । ভ্ৰমণৰ বাবে দিনটো শুভ ।

কৰ্কট ৰাশি: আপুনি ভ্ৰাতৃৰ দ্বাৰা উপকৃত হ’ব পাৰে । বন্ধুৰ সৈতে সময় কটাব পাৰে । সুন্দৰ ঠাইত ফুৰিব যাব পাৰে । আজি আপুনি সকলো কামত সফল হ’ব । শত্ৰুৱে কোনো ক্ষতি কৰিব নোৱাৰিব । সৌভাগ্যবৃদ্ধি হ'ব পাৰে ।

সিংহ ৰাশি: আজিৰ দিনটো মধ্যমীয়া । আজিৰ দিনটোত সাৱধানে চলিব । পৰিয়ালৰ সহায় সহযোগিতা লাভ কৰিব । অনাৱশ্যক ব্যয় এৰাই চলক । আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো প্ৰত্যাশিত ফল নাপাব পাৰে ।

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ কাৰণে ভাল । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিব । ধনদেৱী আপোনাৰ প্ৰতি প্ৰসন্ন থাকিব আৰু আজিৰ দিনটো আপোনাৰ আৰ্থিকভাৱে আনন্দৰ দিন । বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে আপোনাৰ আজি বহুত ভাল সময় যাব । যি কোনো ধৰণৰ ভ্ৰমণ আজি আপোনাৰ কাৰণে ভাল ।

তুলা ৰাশি: নিজৰ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । সম্ভৱ হ’লে যি কোনো ধৰণৰ তৰ্ক-বিতৰ্ক আৰু অনাৱশ্যক আলোচনাৰপৰা দূৰত থাকক । পৰিয়ালত কোনো সদস্যৰ সৈতে আপোনাৰ বিবাদ হ’ব পাৰে । শান্ত থাকক ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক । আপুনি বিচৰা সকলো ধৰণৰ জাগতিক সুখ আজি ভোগ কৰিব পাৰিব । বিবাহপ্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ । আপনি আপোনাৰ বন্ধুক লগ পাব পাৰে ৷ ভ্ৰমণৰ যোগ ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো বৰ ভাগ্যশালী । ব্যৱসায়ৰ বাবে ভ্ৰমণৰ যোগ । পদোন্নতিৰ যোগ । আপুনি পিতৃ আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰপৰা উপকৃত হ’ব পাৰে ।

মকৰ ৰাশি: এটা সাধাৰণ দিন । সাহিত্যৰ সৈতে জড়িত লোকৰ বাবে দিনটো শুভ । চৰকাৰী কাম-কাজত অসুবিধাৰ সৃষ্টি হ'ব পাৰে । দিনৰ শেষত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে ।

কুম্ভ ৰাশি: আজি কোনো অবৈধ ক্ৰিয়াকলাপত যুক্ত নহ’ব । মানসিকভাৱে ভাগি পৰিব পাৰে । ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । ধ্যান কৰক ৷

মীন ৰাশি: গণেশে কয় আপুনি খৰচৰ ক্ষেত্ৰত সাৱধান হওক ৷ কাৰো পৰা ধাৰ লোৱা বা ধাৰ দিয়াৰ পৰা এই সময়ত বিৰত থাকক ৷ কথা কোৱা আৰু খঙৰ ওপৰত মনক কাবু ৰাখক ৷ আপুনাৰ মানবিয়তাক আপোনাৰ ভূলৰ বাবে আনে নুবুজিব পাৰে ৷ আপোনাক কৰা অপমানে আপোনাৰ কাৰ্য প্ৰণালীৰ ওপৰত বেয়া প্ৰভাব পেলাব পাৰে ৷ পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰতো উগ্ৰতা পৰিহাৰ কৰক আৰু শান্তভাৱে সকলো কাম কৰক ৷ বিশেষকৈ আপোনাৰ খাদ্যাভ্যাস সলনি কৰাৰ প্ৰয়োজন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.