ETV Bharat / bharat

Daily Horoscope for 14th May: আজি দিনটোৰ ৰাশিফল

author img

By

Published : May 14, 2022, 6:00 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-14th-may
Daily Horoscope for 14th May: আজি দিনটোৰ ৰাশিফল

মেষ ৰাশি: দিনটো প্ৰায় ভাল হ’ব ৷ সফল হʼব ৷ কোনো নতুন ব্যক্তিৰ লগত সংযোগ ঘটিব পাৰে ৷ প্ৰেমত মনোযোগ দিব ৷

বৃষ ৰাশি: বৌদ্ধিক আলোচনাৰ পৰা দুৰত থাকক ৷ পেটৰ অসুখ হ’ব পাৰে ৷ মানসিকভাৱে চাপমুক্ত হ’ব ৷ প্ৰশংসা লাভ ৷ ভাল খবৰ লাভ কৰিব ৷

মিথুন ৰাশি: জীৱনৰ গুৰুত্বপূৰ্ণ দিন হিচাপে পৰিগণিত হ’ব ৷ নিজৰ ওপৰত বিশ্বাস ৰাখিলে লক্ষ্যত সফল হ’ব ৷ নিৰুৎসাহিত হৈ নপৰিব ৷ গৌৰৱ অৰ্জন কৰিব ৷

কৰ্কট ৰাশি: দিনটোত সক্ৰিয়তা অনুভৱ কৰিব ৷ শুভ দিন ৷ প্ৰায় সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভ কৰিব ৷ লক্ষ্যত উপনীত হ’ব ৷ নিজৰ ব্যৱসায়-কৰ্মত মনোযোগ দিব ৷ সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ কৰ্মত মনোযোগ দিব ৷

সিংহ ৰাশি: তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰত থকাই ভাল ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷ দিনটো আনন্দময় হʼব ৷ সাৱধান অৱলম্বন কৰিব ৷

কন্যা ৰাশি: কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ ভাগ্য ভাল ৷ প্ৰশংসা লাভ ৷

তুলা ৰাশি: কৰ্ম-ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰিব ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত ভাল ৷ ভ্ৰমণত শুভ ৷

বৃশ্চিক ৰাশি: ভাগ্য ভাল ৷ অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লʼব ৷ প্ৰশংসা লাভ ৷ লাভ বৃদ্ধি ৷ তৰ্ক-বিতৰ্ক হʼব পাৰে ৷

ধনু ৰাশি: কৰ্মক্ষেত্ৰত ভাগৰি পৰিব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ প্ৰতিযোগিতাৰ পৰা আঁতৰাই থকাটো ভাল ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ দিনটো আনন্দৰে পাৰ হʼব ৷

মকৰ ৰাশি: দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভ কৰিব ৷ প্ৰশংসা লাভ ৷ লক্ষ্যত উপনীত হ’ব ৷ ব্যৱসায়-কৰ্মত মনোযোগ দিব ৷ সফলতা লাভ ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷

কুম্ভ ৰাশি: নিজৰ ব্যৱসায়-কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ লাভ বৃদ্ধি ৷ দিনটো প্ৰায় ভাল হ’ব ৷ সফলতা লাভ কৰিব ৷ ভাগ্য ভাল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভ কৰিব ৷

মীন ৰাশি: নিজৰ ওপৰত ভাৰসা ৰাখিলে লক্ষ্যত সফল হ’ব ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ কৰ্ম-ব্যৱসায়ত সফল লাভ হʼব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ যুক্তিসূত্ৰৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.