ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 14, 2022, 5:11 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)…

daily-horoscope-for-14th-august
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: লক্ষ্মীদেৱীৰ আশীৰ্বাদ লাভ কৰিব ৷ ব্যৱসায়ত লাভ হ’ব ৷ বিয়াৰ বাবে উপযুক্ত সময় ৷ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে, সাৱধানেৰে ভ্ৰমণ কৰক ৷

বৃষ ৰাশি: শুভ দিন ৷ প্ৰফুল্লিত হৈ থাকক, গৃহস্থ দিশটো শান্ত হৈ থাকিব ৷ কৰ্মস্থলীত সফল হ’ব ৷ প্ৰশংসা লাভ ৷ ব্যৱসায়ত সফল হ’ব ৷ লাভ বৃদ্ধি ৷

মিথুন ৰাশি: মিশ্ৰিত ফল লাভ কৰিব ৷ কৰ্মস্থলীত চিন্তাৰ কাৰণ হ’ব পাৰে ৷ স্বাস্থ্যও ঠিকে নাথাকিব আৰু ব্যয় অধিক হ’ব ৷ সফল হ’ব ৷ ব্যৱসায়ৰ বাবে শুভ সময় ৷ পদোন্নতি লাভ ৷ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব ৷

কৰ্কট ৰাশি: ধ্যান কৰক ৷ নেতিবাচকতা চিন্তাৰ পৰা আঁতৰত থাকিব ৷ সাৱধান হওক ৷ কোনো অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ পৰা বিৰত থাকক ৷ ব্যয় বৃদ্ধি ৷ বিদেশৰ পৰা কোনো ভাল খবৰ আহিব পাৰে ৷

সিংহ ৰাশি: সুস্থ শাৰীৰিক আৰু মানসিক স্থিতিত থাকিব ৷ বন্ধু বৰ্গ আৰু পৰিয়ালৰ লগত মিলাপ্ৰীতিৰে দিনটো কটাব ৷ ভ্ৰমণত শুভ ৷ ব্যৱসায়ত, সফল হ’ব ৷ ব্যয় বৃদ্ধি ৷ কিছু আৰ্থিক সমস্যাৰ সন্মূখীন হ’ব পাৰে ৷

কন্যা ৰাশি: অধিক আৱেগিক আৰু অধিক সংবেদনশীল হৈ থাকিব ৷ কামত মনোনিৱেশ কৰিব ৷ প্ৰশংসা লাভ ৷ মাতৃৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব ৷ পাৰিবাৰিক দিশটো শান্ত আৰু সৌম্য কৰি ৰাখিব ৷ পৰিয়ালৰ লগত ভ্ৰমণলৈ যাব পাৰে ৷

তুলা ৰাশি: সফলতা হ’ব ৷ কিছু সমস্যা আৰু চাপত পৰিব পাৰে ৷ যাত্ৰা পিছুৱাই দিয়ক ৷ অপ্ৰত্যাশিত ব্যয় হ’ব পাৰে ৷ কৰ্মস্থলীত সফলতাৰে কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ পৰিয়ালৰ লগত ভ্ৰমণলৈ যাব পাৰে ৷

বৃশ্চিক ৰাশি: ব্যক্তিগত আৰু শিক্ষাগত দিশত লাভাম্বিত হ’ব ৷ শিক্ষাৰ্থীয়ে অধ্যয়নত বাঞ্চিত ফল লাভ কৰিব পাৰে ৷ সফল হ’ব ৷ বহুতো সমস্যাৰ সমাধান কৰিব পাৰিব ৷ নতুন কামৰ আৰম্ভ নকৰাই ভাল ৷ ব্যয় বৃদ্ধি ৷

ধনু ৰাশি: স্বাস্থ্য ভালে থাকিব ৷ দিনটো আনন্দৰে কটাব ৷ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত চমু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰিয়জনৰ লগত সময় কটাব পাৰে ৷ আচবাব আৰু গৃহসজ্জাৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে ৷ আইনী নথি পত্ৰত হস্তাক্ষৰ কৰোতে সাৱধান হওক ৷

মকৰ ৰাশি: অবাঞ্চিত পৰিস্থিতিত নপৰিবৰ বাবে মনে মনে থাকিব ৷ মানসিক শান্তি লাভ কৰিব ৷ ব্যয় বৃদ্ধি ৷ দিনটো আনন্দৰে কটাব ৷ পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত সম্পৰ্ক ভাল হ’ব ৷

কুম্ভ ৰাশি: নেতিবাচক চিন্তা এৰাই চলক আৰু ইতিবাচক চিন্তাৰে মানসিক ভাৰসাম্য বৰ্তাই ৰাখক ৷ সন্ধিয়া কোনো ধৰ্মীয় অনুষ্ঠানত অংশ গ্ৰহণ কৰিব পাৰে ৷ শিক্ষাৰ্থীৰ বাবে শুভ দিন৷ অপ্ৰত্যাশিত আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ সন্ধিয়া সকলো ভাল হ’ব ৷

মীন ৰাশি: আৰ্থিক লেনদেনত সোমালে বা এনেই ধনৰ আদান প্ৰদান বা আইনী কামকাজত সোমালে সাৱধানতা অবলম্বন কৰক ৷ আনৰ কামত বাধা দিয়াৰ চেষ্টা নকৰিব ৷ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে, সাৱধানতাৰে গাড়ী চলাওক ৷ সন্ধিয়া বন্ধুবৰ্গক লগ কৰিব পাৰে ৷ দিনটো আনন্দৰে কটাওক ৷ ঘৰুৱা পৰিবেশ শান্ত আৰু উৎসাহপূৰ্ণ হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.