ETV Bharat / bharat

Daily horoscope for 13th July: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 13, 2022, 5:10 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

Daily horoscope for 13th July
Daily horoscope for 13th July: আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: খঙক নিয়ন্ত্ৰণ কৰিব ৷ নহ’লে ই সম্পৰ্ক নষ্ট কৰিব ৷ উদ্বেগ আৰু শত্ৰুতাই কামত মনোযোগী হ’বলৈ নিদিব ৷ ধৰ্মীয় স্থানত যাব পাৰে ৷

বৃষ ৰাশি: কৰ্মব্যস্ততা বৃদ্ধি ৷ কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো সফলতা নাপাব ৷ বিৰক্তি অনুভৱ কৰিব ৷ কোনো নতুন কাম আৰম্ভ নকৰিব ৷ ভ্ৰমণত অশুভ ৷ ধ্যান কৰক আৰু আধ্যাত্মিক চিন্তা কৰক ৷

মিথুন ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব ৷ শাৰীৰিক আৰু মানসিকভাৱেও সুস্থ হৈ থাকিব ৷ পৰিয়াল আৰু বন্ধুৰ সৈতে সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

কৰ্কট ৰাশি: ব্যৱসায়ীসকলৰ বাবে শুভ ৷ সহকৰ্মীসকলৰ পৰা সহায় পাব ৷ পৰিয়ালৰ সৈতে সময় কটাব ৷ মানসিক শান্তি লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব ৷ ব্যয় বৃদ্ধি ৷

সিংহ ৰাশি: কলাৰ প্ৰতি প্ৰেম হ’ব ৷ পঢুৱৈসকলেও পঢ়াশুনাত ভাল ফল লাভ কৰিব ৷ প্ৰিয়জনসকলক লগ পাব পাৰে ৷ স্বাস্থ্য ভালে থাকিব ৷ মনোযোগ অটুট ৰাখিবলৈ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷

কন্যা ৰাশি: শাৰীৰিকভাৱে সুস্থ অনুভৱ নকৰিব ৷ দুশ্চিন্তা হ’ব ৷ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হ’ব পাৰে ৷ মাতৃৰ স্বাস্থ্যক লৈ চিন্তাত থাকিব ৷ মাটি আৰু সম্পত্তি সম্বন্ধীয় কামত সতৰ্ক থাকক ৷

তুলা ৰাশি: দিন আনন্দেৰে থাকিব ৷ সফলতা লাভ ৷ প্ৰিয়জনসকলক লগ পাব পাৰে ৷ উদ্বেগমুক্ত হৈ থাকিব ৷ তীৰ্থযাত্ৰা কৰাৰ সুযোগ লাভ কৰিব ৷

বৃশ্চিক ৰাশি: কথা কওঁতে সাৱধান হ’ব ৷ আচৰণক লৈ সতৰ্ক থাকক ৷ মনত নেতিবাচক চিন্তা আহিবলৈ নিদিব ৷ স্বাস্থ্য সম্বন্ধীয় সমস্যাই দেখা দিব ৷ অশুভ শক্তিৰ চিকাৰ হ’ব ৷ পঢ়ুৱৈসকলে পঢ়াশুনাত অসুবিধা পাব ৷

ধনু ৰাশি: পৰিকল্পনাবোৰ সফল হ’ব ৷ আৰ্থিক লাভ নিশ্চিত ৷ সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি ৷

মকৰ ৰাশি: হতাশাত ভূগিব পাৰে ৷ খৰচ বৃদ্ধি ৷ ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হ’ব পাৰে ৷ সাৱধানে কথা পাতিব ৷

কুম্ভ ৰাশি: শুভ দিন ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ নতুন উদ্যোগৰ কাম আৰম্ভ কৰিব পাৰে ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি ৷ সন্তানৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব ৷ আয় বৃদ্ধি ৷ ভ্ৰমণত শুভ ৷

মীন ৰাশি: ব্যৱসায়ৰ কাৰণে অনুকূল ৷ কষ্ট কৰি কাম কৰিলে সফলতা পাব ৷ পদোন্নতি হ’ব পাৰে ৷ ব্যৱসায়ীসকল লাভবানে হ’ব ৷ ঘৰৰ পৰিৱেশ আনন্দমুখৰ হৈ থাকিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.