ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 12, 2021, 12:03 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

দিনটোৰ ৰাশিফল
দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো প্ৰায় শুভ ৷ মানসিক স্থিতি উন্নত ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

বৃষ ৰাশি : দিনটো শুভ ৷ ভ্ৰমণৰ যোগ ৷ পৰিয়ালৰ সৈতে ভ্ৰমণৈ যাব পাৰে ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ সন্মান বৃদ্ধি ৷ আয় বৃদ্ধি ৷

মিথুন ৰাশি : দিনটো প্ৰায় শুভ ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ নতুন বিষয় অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ দিনটো ভাগৰুৱা অনুভৱ কৰিব ৷ শাৰীৰৰ যতন লওক ৷ পেটৰ সমস্যা হোৱাৰ সম্ভাৱনা ৷ ভ্ৰমণ বাতিল কৰক ৷ খৰচ বৃদ্ধি ৷ সহকৰ্মীয়ে বিপদত পেলাব পাৰে ৷ সাৱধানতা অৱলম্বন কৰক ৷

সিংহ ৰাশি : ভাল-বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব ৷ বহু ব্যক্তিৰ সৈতে সংযোগ স্থাপন ৷ পৰিশ্ৰমৰ ফল লাভ ৷

কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ দিনটো কিছু খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ আপুনি প্ৰায় সফল ৷

তুলা ৰাশি : দিনটো কিছু খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ দিনটো কোনো বিশেষ সিদ্ধান্ত নল’ব ৷ মাংগলিক কাৰ্য কৰাৰ পৰা বিৰত থাকক ৷ ভ্ৰমণ বাতিল কৰক ৷ কাজিয়াৰ পৰা বিৰত থাকক ৷

বৃশ্চিক ৰাশি : দিনটো শুভ ৷ শাৰীৰিক-মানসিক সৃষ্টি উন্নত ৷ বন্ধুৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷

ধনু ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ ঘৰুৱা পৰিৱেশ কিছু অশান্তি দায়ক হ’ব পাৰে ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰক ৷ আইনী কাগজত চহী কৰাৰ পূৰ্বে কিছু সাৱধানতা অৱলম্বন কৰক ৷

মকৰ ৰাশি : দিনটো প্ৰায় শুভ ৷ কৰ্মত মনোযোগ বৃদ্ধি ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ ভাগ্য ভাল ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

মীন ৰাশি : দিনটো মধ্যমীয়া ৷ মনৰ ইচ্ছা আনৰ আগত প্ৰকাশ নকৰিব ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷ বিবাহিত জীৱন সুখৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.