ETV Bharat / bharat

Commercial LPG cylinder price cut: 1 জুনৰ পৰা ১৩৫ টকালৈ হ্ৰাস পালে মূল্য - বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস

মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰাৰ পিছতেই জুনৰ পহিলা দিনটোতেই দেশজুৰি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হয় (Commercial LPG cylinder price cut)৷ বুধবাৰ 1 জুনৰ পৰা দেশজুৰি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৩৫ টকালৈ হ্ৰাস কৰা (Commercial LPG cylinder price cut from June 1) হৈছে ।

Commercial LPG cylinder price cut by Rs 135 from June 1
Commercial LPG cylinder price cut : 1 জুনৰ পৰা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস
author img

By

Published : Jun 1, 2022, 12:31 PM IST

নেশ্যনেল ডেস্ক, 1 জুন : দেশবাসীলৈ সকাহ ৷ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰাৰ পিছতেই জুনৰ পহিলা দিনটোতেই দেশজুৰি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হয় (Commercial LPG cylinder price cut)৷ বুধবাৰ 1 জুনৰ পৰা দেশজুৰি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৩৫ টকালৈ হ্ৰাস কৰা (Commercial LPG cylinder price cut from June 1) হৈছে । এই মূল্য হ্ৰাস কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ বাবে বৈধ, ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ বাবে নহয়।

বৰ্তমান দিল্লীত 19 কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 2219 টকা, কলকাতাত বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য 2322 টকা, মুম্বাইত 2171.50 টকা আৰু চেন্নাইত 2373 টকা। মূল্য হ্ৰাসৰ পূৰ্বে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য কলকাতাত 2454 টকা, মুম্বাইত 2306 টকা আৰু চেন্নাইত 2507 টকালৈ বৃদ্ধি হৈছিল ৷

বিগত মাহৰ 1 মে'ত তেল বিপণন কোম্পানীসমূহে উজ্জ্বলা দিৱস উপলক্ষে 5000 তকৈও অধিক এল পি জি চিলিণ্ডাৰ পঞ্চায়ত আয়োজন কৰিছিল ৷ ইয়াৰ জৰিয়তে এলপিজিৰ সুৰক্ষিত আৰু নিৰন্তৰ ব্যৱহাৰ ওপৰত আলোকপাত কৰাৰ উপৰিও গ্ৰাহকৰ নামভৰ্তি সৰ্বাধিক কৰাৰ বাবে প্ৰয়াস কৰা হৈছিল ।

লগতে পঢ়ক : আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ: যোৰহাট জিলাত সম্পূৰ্ণ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.