ETV Bharat / bharat

BREAKING NEWS: গংগা নদীত ডুব গ’ল যাত্ৰীভৰ্তি নাও

author img

By

Published : Sep 5, 2022, 8:32 AM IST

বিহাৰত অঘটন ৷ বিহাৰৰ দনাপুৰৰ শ্বাহপুৰ থানা এলেকাৰ সমীপত সংঘটিত হয় এই ঘটনা ৷ গংগা নদীত ডুব গ’ল এখন যাত্ৰীবাহী নাও (Boat sinks in Bihar) ৷ প্ৰাপ্ত তথ্য অনুসৰি নাওখনত আছিল ৫৫ গৰাকী যাত্ৰী ৷ তাৰে ১০ গৰাকী যাত্ৰী বৰ্তমানেও সন্ধানহীন হৈ আছে ৷

Boat carrying 55 people sinks in Bihars Danapur
গংগা নৈত ডুব গ’ল এখন যাত্ৰীবাসী নাও
  • বিহাৰৰ দনাপুৰত অঘটন
  • দনাপুৰৰ শ্বাহপুৰ থানা এলেকাত সংঘটিত হয় এক নাও দুৰ্ঘটনা (Boat sinks in Bihar)
  • গংগা নদীত ডুব গ’ল এখন যাত্ৰীবাহী নাও (People sank in Ganga river)
  • প্ৰাপ্ত তথ্য অনুসৰি নাওখনত আছিল ৫৫ গৰাকী যাত্ৰী
  • বৰ্তমানেও সন্ধানহীন হৈ আছে ১০ গৰাকী যাত্ৰী
  • সন্ধানহীন লোকসকলৰ সন্ধানত নদীত SDRF বাহিনীৰ অভিযান
  • যাত্ৰীসকল নিজ নিজ কৰ্মস্থলীৰ পৰা উভতি অহাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো
  • নাওখনত থকা সকলো যাত্ৰী পাটনাৰ দাউদপুৰ অঞ্চলৰ বুলি জানিব পৰা গৈছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.