ETV Bharat / bharat

উইং কামাণ্ডাৰ অভিনন্দনলৈ বীৰ চক্ৰ ! - বীৰ চক্ৰৰ বাবে মনোনীত

বালাকোট আক্ৰমণৰ পিচতে পাকিস্তানী বায়ুসেনাৰ F-16 যুদ্ধবিমান ভূপতিত কৰিবলৈ সক্ষম হোৱা ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানক প্ৰদান কৰিব পাৰে দেশৰ তৃতীয়টো বীৰত্ব পুৰস্কাৰ ৷ ইতিমধ্যে বীৰ পুৰস্কাৰৰ বাবে ভাৰতীয় বায়ুসেনাই ৰাষ্ট্ৰপতিলৈ নামসমূহ প্ৰেৰণ কৰিছে ৷ ৰাষ্ট্ৰপতিয়ে 14 আগষ্টত সূচীখনৰ পৰা চূড়ান্ত হোৱা নামসমূহ ঘোষণা কৰিব আৰু তেতিয়াই বায়ুসেনাই আনুষ্ঠানিকভাৱে নাম সমূহ প্ৰকাশ কৰিব ৷

উইং কামাণ্ডাৰ অভিনন্দনে লাভ কৰিব পাৰে বীৰ চক্ৰ
author img

By

Published : Aug 8, 2019, 3:35 PM IST

নিউজ ডেস্ক, 8 আগষ্টঃ প্ৰথমে পুলৱামাত সংঘটিত হোৱা আত্মঘাতী আক্ৰমণ আৰু তাৰ পিচতেই ভাৰতীয় নিৰাপত্তা বাহিনী আৰু সুৰক্ষা বাহিনীৰ দ্বাৰা পাকিস্তান অধ্যূষিত কাশ্মীৰত এয়াৰষ্ট্ৰাইক ৷ সমগ্ৰ ঘটনাৰাজিৰ মাজতে চৰ্চালৈ আহিছিল এটা বিশেষ নাম, যাৰ বীৰত্বই পাকিস্তানী বায়ুসেনাক জোলোকে জোলোকে পানী খুৱাইছিল ৷ সেইজন আছিল ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান ৷ শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উইং কামাণ্ডাৰৰ নাম বীৰ চক্ৰৰ বাবে মনোনীত হ'ব পাৰে ৷ ইতিমধ্যেই ভাৰতীয় বায়ুসেনাই বীৰত্ব পুৰস্কাৰৰ বাবে প্ৰেৰণ কৰিছে সম্ভাব্য তালিকা ৷ অহা 14 আগষ্টত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিচতেই প্ৰকাশ কৰা হ'ব বীৰত্ব পুৰস্কাৰৰ চূড়ান্ত তালিকা ৷

Intro:Body:

উইং কামাণ্ডাৰ অভিনন্দনে লাভ কৰিব পাৰে বীৰ চক্ৰ 

বালাকোট আক্ৰমণৰ পিচতে পাকিস্তানী বায়ুসেনাৰ F-16 যুদ্ধবিমান ভূপতিত কৰিবলৈ সক্ষম হোৱা ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানক প্ৰদান কৰা হ'ব পাৰে দেশৰ তৃতীয়টো বীৰত্ব পুৰস্কাৰ ৷ ইতিমধ্যে বীৰতা পুৰস্কাৰৰ বাবে ভাৰতীয় বায়ুসেনাই ৰাষ্ট্ৰপতিলৈ নামসমূহ প্ৰেৰণ কৰিছে ৷ ৰাষ্ট্ৰপতিয়ে 14 আগষ্টত সূচীখনৰ পৰা চূড়ান্ত হোৱা নামসমূহ ঘোষণা কৰিব আৰু তেতিয়াই বায়ুসেনাই আনুষ্ঠানিকভাৱে নামসমূহ প্ৰকাশ কৰিব ৷ 

নিউজ ডেস্ক, 8 আগষ্টঃ প্ৰথমে পুলৱামাত সংঘটিত হোৱা আত্মঘাতী আক্ৰমণ আৰু তাৰ পিচতেই ভাৰতীয় নিৰাপত্তা বাহিনী আৰু সুৰক্ষা বাহিনীৰ দ্বাৰা পাকিস্তান অধ্যূষিত কাশ্মীৰত এয়াৰষ্ট্ৰাইক ৷ সমগ্ৰ ঘটনাৰাজিৰ মাজতে চৰ্চালৈ আহিছিল এটা বিশেষ নাম, যাৰ বীৰত্বই পাকিস্তানী বায়ুসেনাক জোলোকে জোলোকে পানী খুৱাইছিল ৷ সেইজন আছিল ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান ৷ শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি উইং কামাণ্ডাৰৰ নাম বীৰ চক্ৰৰ বাবে মনোনীত হ'ব পাৰে ৷ ইতিমধ্যেই ভাৰতীয় বায়ুসেনাই বীৰত্ব পুৰস্কাৰৰ বাবে প্ৰেৰন কৰিছে সম্ভাব্য তালিকা ৷ অহা 14 আগষ্টত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিচতেই প্ৰকাশ কৰা হ'ব বীৰত্ব পুৰস্কাৰৰ চূড়ান্ত তালিকা ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.