ETV Bharat / bharat

ৰক্তপাত আৰু আতংকৰ বাবে বিকাশ ডুবেৰ মৃত্যু : মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্ট - ক'ভিড-19

উত্তৰ প্ৰদেশৰ খলনায়ক বিকাশ ডুবেৰ ৰক্তপাত আৰু আতংকৰ বাবে মৃত্যু হয় আৰু তেওঁ এণ্টি-মোৰ্টাম বন্দুকেৰে আক্ৰমণ কৰাৰ ফলত আঘাতপ্ৰাপ্ত হৈছিল ৷ দেওবাৰে আহি পোৱা মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্টত উল্লেখিত হয় এই তথ্য ৷

Vikas Dubey died from haemorrhage and shock
ৰক্তপাত আৰু আতংকৰ বাবে বিকাশ ডুবেৰ মৃত্যু : মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্ট
author img

By

Published : Jul 20, 2020, 3:17 PM IST

Updated : Jul 20, 2020, 7:07 PM IST

নেশ্যনেল ডেস্ক, 20 জুলাই : দেওবাৰে আহি পোৱা উত্তৰ প্ৰদেশৰ খলনায়ক বিকাশ ডুবেৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ'ৰ্টত উল্লেখিত অনুসৰি তেওঁৰ ৰক্তপাত আৰু আতংকৰ বাবে মৃত্যু হয় আৰু এণ্টি-মোৰ্টাম বন্দুকৰ ফলত আঘাতপ্ৰাপ্ত হৈছিল গেংগষ্টাৰ ডুবে ৷

উল্লেখ্য যে,ডুবেৰ মৃত্যুৰ পাচত তেওঁৰ ক'ভিড-19ৰ পৰীক্ষা কৰা হৈছিল আৰু ফলাফলত ক'ভিড নিগেটিভ ধৰা পৰে ৷

যোৱা 3 জুলাইত গেংগষ্টাৰ ডুবেৰ গুণ্ডা বাহিনীৰ দ্বাৰা কাণপুৰৰ বিক্ৰু গাঁৱত 8 গৰাকী আৰক্ষীক গুলিয়াই হত্যা কৰা হৈছিল ৷ ইয়াৰ পাচতে 9 জুলাইত মধ্য প্ৰদেশ আৰক্ষীয়ে অভিযান চলাই উজ্জয়িনীত বিকাশ ডুবেক আটক কৰিবলৈ সক্ষম হয় যদিও তেওঁ পলাই যাবলৈ সক্ষম হয় ৷

10 জুলাইত তেওঁক কাণপৰলৈ লৈ যোৱা বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তেওঁ ঘটনাস্থলীৰ পৰা পলাবলৈ চেষ্টা কৰিছিল ৷ পলায়নৰ চেষ্টাৰ সময়ছোৱাতে সংঘটিত হোৱা এক গুলিয়াগুলিত খলনায়ক ডুবেৰ মৃত্যু হয় ৷

লগতে পঢ়ক : ৰাজস্থান ৰাজনৈতিক বিবাদ : উচ্চ ন্যায়ালয়ত পাইলটৰ গোচৰৰ শুনানি আৰম্ভ

Last Updated : Jul 20, 2020, 7:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.