ETV Bharat / bharat

ইন্টাৰনেটত বাংলাদেশী হিন্দুৱে ভাৰতীয় সীমা পাৰ কৰা ভুৱা ভিডিঅ' প্ৰচাৰ

বুধবাৰে ৰাজ্য সভাত বহু বিতৰ্কিত বিধেয়কখন গৃহীত হোৱাৰ পিচতে বাংলাদেশী হিন্দুৱে ভাৰতীয় সীমা পাৰ কৰা ভুৱা ভিডিঅ' ইন্টাৰনেটত ভাইৰেল হৈছিল ৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে এই ভিডিঅ'টো ভুৱা বুলি সদৰি কৰে ৷

Video of Bangla Hindus crossing border fake
বাংলাদেশী হিন্দুৱে ভাৰতীয় সীমা পাৰ কৰা ভুৱা ভিডিঅ'
author img

By

Published : Dec 14, 2019, 11:00 AM IST

Updated : Dec 14, 2019, 11:09 AM IST

নিউজ ডেস্ক , 14 ডিচেম্বৰঃ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে সদৰি কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হোৱাৰ পিচতে ইন্টাৰনেটত ভাইৰেল হৈ থকা বাংলাদেশী হিন্দুৱে ভাৰতীয় সীমা পাৰ কৰা ভিডিঅ'টো সম্পূৰ্ণ ভুৱা আৰু 22 জানুৱাৰীৰ , 2019ত এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে ইন্টাৰনেটত আপলোড কৰা হৈছিল ৷ উল্লেখ্য যে, তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰণালয়ে চৰকাৰ, বিভাগ আৰু আচঁনি সমূহৰ সৈতে জড়িত থকা বাতৰি সমূহ প্ৰমানিত কৰিবৰ বাবে আৰু জনসাধাৰণক ভুৱা বাতৰিৰ বিষয়ে সচেতন কৰিবলৈ প্ৰেছ ইনফৰমেচন ব্যুৰোত এক তথ্য-নিৰীক্ষণ ইউনিত স্থাপন কৰিছে ৷

টুইটাৰৰ যোগেদি পি আই বিয়ে এই কথা সদৰি কৰে যে, চচিয়েল মিডিয়াত প্ৰচলিত হৈ থকা বাংলাদেশী হিন্দুৱে ভাৰতীয় সীমা পাৰ কৰা ভিডিঅ'টো সম্পূৰ্ণ ভুৱা হয় ৷ তেওঁলোকে লগতে কয় যে, এটা হিন্দু সংবাদ মাধ্যমৰ দ্বাৰা 22 জানুৱাৰী, 2019ত এই ভিডিঅ'টো আপলোড কৰা হৈছিল ৷ উল্লেখ্য যে, জনসাধাৰণে ছ'চিয়েল মিডিয়া নতুবা কোনো ধৰণৰ ছ'চিয়েল প্লেটফৰ্মত যদি যিকোনো সন্দেহজনক ভিডিঅ' নাইবা ফটো প্ৰতক্ষ কৰে তেন্তে সেই ভিডিঅ' নাইবা ফটোৰ এখন স্নেপছট লৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়লৈ এখন ই-মেল কৰিবলৈ অনুৰোধ জনাইছে ৷ লগতে তেওঁলোকে কয় যে, সেই তথ্য যদিহে চৰকাৰৰ মন্ত্ৰণালয়, বিভাগ আৰু আচঁনি সমূহৰ সৈতে জড়িত হয় তেতিয়াহে সেই তথ্যৰ তথ্য-নিৰীক্ষণ কৰা হ'ব ৷

লগতে পঢ়ক - গুৱাহাটীত কিছু সময়ৰ বাবে শিথিল সান্ধ্য আইন

Intro:Body:

Video of Bangla Hindus crossing border fake: PIB

New Delhi, Dec 13 (IANS) The Ministry of Information and Broadcasting on Friday described a video doing the rounds on the Internet claiming that Bangladeshi Hindus crossing Indian borders post passage of Citizenship Amendment Bill, 2019 as fake and said that the video was first uploaded on January 22, 2019.

The I&B Ministry has set up a fact-checking unit in the Press Information Bureau (PIB) to verify news related to the government''s ministries, departments and schemes and to alert the public about fake news in circulation.

In a tweet, the PIB said, "Claim: A video claiming Bangladeshi Hindus crossing India border post CAB2019, is doing the rounds of Social Media. Reality: Search using appropriate tool reveals this is an old video which is being re-used out of context. Conclusion: Fake News."

Sharing the reality of the video, the PIB said: "We found that the video was available on internet since January 2019. A Hindu news website has published the same video on January 22, 2019."

The I&B Ministry had earlier this month urged the people to email snapshots of any "dubious materiala they come across on any platform, including social media, and they will get it checked, but added that only material related to government ministries, departments and schemes will be fact-checked".

On many occasions, I&B Minister Prakash Javadekar has called for combating fake news, terming it more "dangerous" than "paid news".

Conclusion:
Last Updated : Dec 14, 2019, 11:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.