ETV Bharat / bharat

ট্ৰেংকুলাইজ কৰাৰ সময়ত গুলীবিদ্ধ হৈ মৃত্যু টাস্কাৰৰ - উত্তৰাখণ্ড

উত্তৰাখণ্ডৰ কাৰ্বেট টাইগাৰ ৰিজাৰ্ভ মঙলবাৰে মৃত্যু হয় টাস্কাৰ নামৰ এটা ৩০ বছৰীয়া হাতীৰ । বন বিষয়াই ট্ৰেংকুলাইজ কৰা সময়তে গুলীবিদ্ধ হৈ মৃত্যু হয় হাতীটোৰ ।

 টাস্কাৰ
টাস্কাৰ
author img

By

Published : Jul 15, 2020, 2:05 PM IST

নিউজ ডেস্ক, ১৫ জুলাইঃ উত্তৰাখণ্ডৰ ৰামনগৰত গুলীবিদ্ধ হৈ মৃত্যু হয় টাস্কাৰ নামৰ এটা বনৰীয়া হাতীৰ । কাৰ্বেট টাইগাৰ ৰিজাৰ্ভৰ বন বিষয়াই হাতীটোক ট্ৰেংকুলাইজ কৰাৰ সময়তে গুলীবিদ্ধ হৈ মৃত্যু হয় টাস্কাৰৰ । বহুদিনৰ পৰা হাতীটোৰ বিৰুদ্ধে স্থানীয় লোকে অভিযোগ উত্থাপন কৰি অহা পাচতে হাতীটোক সোমবাৰে কাৰ্বেট টাইগাৰ ৰিজাৰ্ভত ট্ৰেংকুলাইজ এজেণ্টে ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰিছিল । ট্ৰেংকুলাইজৰ কিছু সময়ৰ পাচতে মৃত্যু হয় হাতীটোৰ ।

স্থানীয় লোকৰ মন্তব্য অনুসৰি, দীৰ্ঘদিন ধৰি হাতীটোৱে অঞ্চলটোত তাণ্ডৱ চলাই আহিছিল । অঞ্চলটোত থকা বাহনসমূহৰ লগতে গাঁও অঞ্চলৰ জুপুৰীগৃহ সমূহ ক্ষতিগ্ৰস্থ কৰে হাতীটোৱে । যাৰ ফলত ৰামনগৰ অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাট ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.