ETV Bharat / bharat

প্লাষ্টিকৰ প্ৰয়োগ হ্ৰাস কৰিবলৈ 'বাচন বেংক' স্থাপন মধ্য প্ৰদেশৰ বেতুল গাঁৱত

author img

By

Published : Jan 11, 2020, 4:47 PM IST

একক ব্যৱহৃত প্লাষ্টিকৰ প্ৰয়োগ হ্ৰাস কৰিবলৈ মধ্য প্ৰদেশৰ বেতুল পৌৰ নিগমে এটা 'বাচন বেংক' আৰম্ভ কৰিছে ৷ যিবোৰ বিভিন্ন উৎসৱ-পাৰ্বনত স্থানীয় লোকক ব্যৱহাৰ কৰিবলৈ দিয়া হয় ৷

মধ্য প্ৰদেশৰ বেতুল গাঁৱত
'বাচন বেংক' স্থাপন

নিউজ ডেস্ক, 11 জানুৱাৰীঃ প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰিবলৈ মধ্য প্ৰদেশৰ বেতুল পৌৰ নিগমে এটা 'বাচন বেংক' আৰম্ভ কৰিছে এই ব্যতিক্ৰমী বেংকে মানুহক প্লেট, চামুচ, গিলাচ আদিৰ দৰে বাচন সমূহ বিভিন্ন উৎসৱে পাৰ্বনে ব্যৱহাৰ কৰিবলৈ ধাৰলৈ দিয়ে ৷

এই বেংক স্থাপনৰ উদ্দেশ্য হ'ল স্থানীয় লোকসকলৰ মাজত একক ব্যৱহৃত প্লাষ্টিকৰ প্ৰয়োগ ব্যৱহাৰ হ্ৰাস কৰা আৰু সেই নগৰ খনত ক্ৰমবৰ্ধমান প্লাষ্টিকৰ সমস্যা দুৰ কৰা ৷

মধ্য প্ৰদেশৰ বেতুল গাঁৱত 'বাচন বেংক' স্থাপন

এই সেৱা যিহেতু বিনামূলীয়া, সেয়েহে বাচনবোৰ নিয়াৰ বাবদ লোকসকলে কেৱল সুৰক্ষা কৰ জমা কৰিব লাগে ৷ এই কথাটো জনা জৰুৰী যে, পৌৰ নিগমৰ কৰ্মী সলকে ইয়াৰ বাবে নিজৰ এমাহৰ দৰমহা উচৰ্গা কৰিছে ৷ ইয়াৰোপৰি স্থানীয় লোকসকলে তেওঁলোক প্ৰত্যেককে নিজৰ ফালৰ পৰা এশ টকাকৈ ধনৰাশি প্ৰদান কৰিছে ৷

বৰ্তমানে, এই বেংকত মুঠ 3 হাজাৰ প্লেট আৰু অন্যান্য ষ্টিলৰ সামগ্ৰীও সংগ্ৰহ কৰিছে, যিবোৰ নাগৰিকসকলে ব্যৱহাৰ কৰে ৷

পৌৰ নিগমৰ কৰ্মকৰ্তা সকলৰ মতে, এই পদক্ষেপে একক ব্যৱহৃত প্লাষ্টিক ব্যৱহাৰৰ পৰা সৰ্বসাধাৰণ লোকক বিৰত ৰাখিব ৷

লগতে পঢ়কঃ কাঠৰ ফণি নিৰ্মাণেৰে প্লাষ্টিকৰ বিৰুদ্ধে যুঁজ ছগনলালৰ

Intro:Body:

O:\GFX\9-Jan-2020\PLASTIC STORY FOR 11 JAN

O:\GFX\10-Jan-2020

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.