ETV Bharat / bharat

উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত - Uttarakhand

৬ জুলাই তাৰিখে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু হাৰিয়ানাত অনুষ্ঠিত হ'ব লগা শিৱ ভক্তৰ বাৰ্ষিক তীৰ্থ যাত্ৰা কোভিড-১৯ ৰ সন্ত্ৰাসৰ বাবে অনুষ্ঠিত কৰিব নিদিয়াৰ সিদ্ধান্ত প্ৰশাসনৰ । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱত আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডি'অ কনফাৰেন্সৰ এক বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে ।

up-uttarakhand-haryana-ban-kanwar-yatra-amid-covid-19-pandemic

author img

By

Published : Jun 21, 2020, 4:16 PM IST

নিউজ ডেস্ক, ২১ জুন : ৬ জুলাই তাৰিখে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু হাৰিয়ানাত অনুষ্ঠিত হ'ব লগা শিৱ ভক্তৰ বাৰ্ষিক তীৰ্থ যাত্ৰা কোভিড-১৯ ৰ সন্ত্ৰাসৰ বাবে অনুষ্ঠিত কৰিব নিদিয়াৰ সিদ্ধান্ত প্ৰশাসনৰ । যিটো অনুষ্ঠানত ভক্ত সকলে গেৰুৱা বসন পিন্ধি হৰিদ্ধাৰলৈ যাত্ৰা কৰে ।

এক চৰকাৰী সূত্ৰই জনোৱা অনুসৰি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱত আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডি'অ কনফাৰেন্সৰ এক বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে ।

এই বৈঠকৰ অন্তত যোগী আদিত্যনাথে সকলো জিলাৰে প্ৰশাসন আৰু বিষয়া কৰ্মচাৰীক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে । লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীক সম্বোধন কৰি জনাই যে, এইবাৰ যাতে কোনো লোকে তীৰ্থ ভ্ৰমণলৈ যাত্ৰা নকৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.