ETV Bharat / bharat

ত্ৰিপুৰাত পুনৰ 30 গৰাকী COVID-19ত আক্ৰান্ত ব্যক্তি চিনাক্ত

author img

By

Published : May 9, 2020, 11:52 PM IST

এইপৰ্যন্ত ৰাজ্যখনত মুঠ 118 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে COVID-19 ত

TRIPURA COVID19 LATEST UPDATE
ত্ৰিপুৰাত পুনৰ COVID-19ত আক্ৰান্ত 30 গৰাকী ব্যক্তি

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত পুনৰ COVID-19ত আক্ৰান্ত 30 গৰাকী ব্যক্তি

ইয়াৰে 25 গৰাকী সীমান্ত সুৰক্ষা বাহিনীৰ 86নং বেটেলিয়নৰ জোৱান

4 গৰাকী সীমান্ত সুৰক্ষা বাহিনীৰ 138 নং বেটেলিয়নৰ জোৱানৰ পৰিয়ালৰ লোক

আক্ৰন্ত সকলৰ মাজৰে এজন ট্ৰাক চালক

এইপৰ্যন্ত ত্ৰিপুৰাত মুঠ 118 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে COVID-19 ত

ইয়াৰে দুগৰাকীক সুস্থ হোৱাৰ অন্তত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.