নিউজ ডেস্ক, ১৪ জুন : গুজৰাটত ৰাজ্যসভাৰ নিৰ্বাচনৰ আগত কংগ্ৰেছ দলৰ মাজত পুনৰ বিভাজন। ৮ জন বিধায়কে পদত্যাগ কৰিলে কংগ্ৰেছৰ পৰা।

বিভিন্ন সমষ্টিৰ বিধায়ক যেনে অখয় পেটেল, জিতু চৌধুৰী, ব্ৰিজেছ মিৰ্জাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। উল্লেখযোগ্য যে ২০২০ বৰ্ষতে আৰু পাঁচজন বিধায়কে পদত্যাগ কৰে বুলি জানিব পৰা গৈছে । বৰ্তমান পৰ্যন্ত কংগ্ৰেছৰ পৰা ৮জন বিধায়কে বিভিন্ন কাৰণত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে ।
লগতে পঢ়়ক : জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা