ETV Bharat / bharat

প্ৰায় ৮০ দিনৰ অন্তত খোল খালে তিৰুমালা তিৰুপতি - লক ডাউন

সোমবাৰৰ পৰা খোল খালে অন্ধ্ৰ প্ৰদেশস্থিত তিৰুমালা তিৰুপতি দেৱাস্থানম মন্দিৰ। মহামাৰী কৰ'ণাৰ বাবেই প্ৰায় ৮০ দিন অন্তত খোল খালে মন্দিৰটো। যাৰ বাবে মন্দিৰ প্ৰাংগণত ভিৰ কৰে ভক্তগণে ।

tirumala temple reopen
প্ৰায় ৮০ দিনৰ অন্তত খোল খালে তিৰুমালা তিৰুপতি
author img

By

Published : Jun 8, 2020, 3:00 PM IST

নিউজ ডেস্ক, ৮ জুনঃ শ্ৰীভেংকটস্বাৰা স্বামীৰ ভক্তসকলৰ সু-খবৰ। সোমবাৰৰ পৰা খোল খালে অন্ধ্ৰ প্ৰদেশস্থিত তিৰুমালা তিৰুপতি দেৱাস্থানম মন্দিৰ। প্ৰায় ৮০ দিনৰ অন্তত খোল খালে তিৰুমালা তিৰুপতি। যাৰ বাবে সোমবাৰৰ পুৱাৰ পৰা ভক্তই ভিৰ কৰে মন্দিৰ প্ৰাংগণ।

প্ৰায় ৮০ দিনৰ অন্তত খোল খালে তিৰুমালা তিৰুপতি

উল্লেখ্য যে,দেশজুৰি মহামাৰী কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চলা লক ডাউনৰ বাবেই বিগত প্ৰায় ৮০ দিন পৰা পৰাই বন্ধ হৈ আছিল সকলো ধৰ্মীয় অনুষ্ঠান ।

লগতে চাওকঃ দৰিদ্ৰতাক নেওচি সৰ্বোচ্চ নম্বৰেৰে শীৰ্ষত বৰ্ণালী দেৱী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.