ETV Bharat / bharat

ভাষণ নহয়, ৰেচনেৰে সহায় কৰক চৰকাৰেঃ কপিল ছিবাল

author img

By

Published : Apr 16, 2020, 7:15 PM IST

"ভাষণ নহয়, ৰেচনৰ দ্বাৰা দৰিদ্ৰ শ্ৰেণীক সহায় কৰক চৰকাৰে ।" বুধবাৰে টুইটযোগে লক ডাউনৰ বাবে সৃষ্টি হোৱা সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ কটাক্ষ কৰি এনেদৰে মন্তব্য কৰে কংগ্ৰেছী নেতা কপিল ছিবালৰ ।

কপিল সিবাল
ভাষণ নহয়, ৰেচনেৰে সহায় কৰক চৰকাৰেঃ কপিল সিবাল

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ "ভাষণেৰে নহয়, ৰেচনেৰে সহায় কৰক মোডী চৰকাৰে ।" বৃহস্পতিবাৰে এনেদৰে চৰকাৰক কটাক্ষমূলক মন্তব্য কৰে কংগ্ৰেছী নেতা কপিল ছিবালে ৷

  • COVID 19

    We salute who feed :

    Migrants and the poor

    Gurdwaras
    Mandirs
    NGO’s with community support

    Our people ready to support government
    Government must also be ready to support people

    Not by lathi charges

    Not by “ bhashans “
    But by “ rations “
    and
    Cash for survival

    — Kapil Sibal (@KapilSibal) April 16, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছী নেতা গৰাকীয়ে বৃহস্পতিবাৰে টুইটযোগে কয় যে, "আমাৰ দলে চৰকাৰক সমৰ্থন কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ আছো । কিন্তু চৰকাৰেও আগবাঢ়ি অহাটো প্ৰয়োজন । লাঠীচাৰ্জ,ভাষণ নহয়,ৰেচন,নগদ ধনৰ জৰিয়তেহে চলিব পাৰিব সাধৰণ জনতা ।"লগতে কয়, "মই ধন্যবাদ জনাইছো সেই সকলক যিয়ে গুৰুদ্বাৰ,মন্দিৰত ব্যক্তিগত সংগঠন তথা প্ৰতিষ্ঠান সমূহে সহায়-সহযোগিতাৰে দৰিদ্ৰ লোকসকলক আহাৰৰ যোগান ধৰি আহিছে । "

কংগ্ৰেছ দলে ২০ চেপ্তম্বৰলৈ দৰিদ্ৰ লোকসকলৰ বাবে বিনামূলীয়াকৈ আহাৰ যোগান ধৰাৰ বাবে দাবী উত্থাপন কৰি আহিছে । ইতিমধ্যে এই সন্দৰ্ভত কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰও লিখিছে । আনহাতে,কংগ্ৰেছী নেতা ৰাহুল গান্ধীয়ে বুধবাৰে চৰকাৰক দৰিদ্ৰ শ্ৰেণীক খাদ্য যোগান আৰু জৰুৰীকালীন ৰেচন কাৰ্ড দিবলৈ দাবী জনাই ।

লগতে চাওকঃ স্ব-ভূমিতে বন্দীত্বৰ জীৱন কটাইছে ভাৰত-বাংলা সীমান্তৰ বহু পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.