ETV Bharat / bharat

সামাজিক দূৰত্বক অভ্যাস হিচাপে গ্ৰহণ কৰিব লাগেঃ হৰ্ষ বৰ্ধন - কৰ'ণা ভাইৰাছ

নিশা 9 বজাৰ পিচতো সামাজিক দূৰত্বক অভ্যাস হিচাপে গ্ৰহণ কৰাৰ লগতে জনতাৰ সান্ধ্য আইনে কৰ'ণা ভাইৰাছক সম্পূৰ্ণ ৰূপে নাশ কৰিব বুলি ভুল ধাৰণা জনতাক লৈ নাথাকিবলৈ আহ্বান জনায় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে ৷

হৰ্ষ বৰ্ধন
হৰ্ষ বৰ্ধন
author img

By

Published : Mar 22, 2020, 8:26 PM IST

নিউজ ডেস্ক, 22 মাৰ্চঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে দেওবাৰে নিশা 9 বজাৰ পিচতো সামাজিক দুৰত্বক অভ্যাস হিচাপে গ্ৰহণ কৰাৰ লগতে জনতাৰ সান্ধ্য আইনে কৰ'ণা ভাইৰাছক সম্পূৰ্ণ ৰূপে নাশ কৰিব বুলি ভুল ধাৰণা জনতাক লৈ নাথাকিবলৈ আহ্বান জনায় ৷

"কিছুমান অসামাজিক লোকে মানুহৰ মাজত ভুল তথ্য দিছে যে, দেওবাৰে জনতাৰ সান্ধ্য শেষ হোৱাৰ লগে লগে এই মাৰাত্মক বিজাণু নিঃশেষ হৈ যাব ৷ তেওঁলোকে মানুহক উচতনি প্দান কৰিছে যে, নিশা 9 বজাৰ পিচত লোকসকল বাহিৰত আহিব লাগে ৷ ই সম্পূৰ্ণ মিছা আৰু মানুহক বিভ্ৰান্ত কৰাৰ চেষ্টা" বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে টুইট কৰে ৷

কেন্দ্ৰই ইতিমধ্যে 31 মাৰ্চ পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় বাছৰ লগতে সকলো মেট্ৰ' আৰু ৰে'ল সেৱা বন্ধ কৰাৰ ঘোষণা কৰে ৷

লগতে পঢ়কঃ শব্দ তৰংগই ভাইৰাছ তথা বেক্টেৰিয়া দূৰ কৰিব পাৰেঃ সুদেশ বাৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.