ETV Bharat / bharat

আজি শেষকৃত্য সম্পন্ন হ'ব শীলা দীক্ষিতৰ - শীলা দীক্ষিত

কংগ্ৰছ কাৰ্যালয়ৰ পৰা তেওঁৰ নশ্বৰ দেহক নিগামবোধ ঘাটলৈ লৈ যোৱা হ'ব আৰু দিনৰ 2.30 বজাৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা হ'ব ৷

শীলা দীক্ষিতৰ শেষ কৃত্য
author img

By

Published : Jul 21, 2019, 10:29 AM IST

নিউজ ডেস্ক , 21 জুলাই: আজি দিল্লীৰ নিগামবোধ ঘাটত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ৷ বৰ্তমান কংগ্ৰেছ নেত্ৰীগৰাকীৰ নশ্বৰ দেহ তেওঁৰ নিজামুদ্দিন পূব দিল্লীস্থিত বাসগৃহত ৰখা হৈছে ৷ ইপিনে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহ আৰু প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

উল্লেখ্য যে দিনৰ 11.30 বজাত তেওঁৰ পাৰ্থিৱ শৰীৰ কংগ্ৰেছ কাৰ্যালয়ত লৈ যোৱা হ'ব য'ত কংগ্ৰেছ নেতা আৰু তেওঁৰ গুণমুগ্ধসকলে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷ দিনৰ 1.30 বজালৈকে তেওঁৰ নশ্বৰ দেহক কংগ্ৰছ কাৰ্যালয়ত ৰখা হ'ব ৷ ইয়াৰ পাচত কংগ্ৰছ কাৰ্যালয়ৰ পৰা তেওঁৰ নশ্বৰ দেহক নিগামবোধ ঘাটলৈ লৈ যোৱা হ'ব আৰু দিনৰ 2.30 বজাৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা হ'ব ৷

Former Delhi CM Shelia Dikshit passes away

নিগামবোধ ঘাটত সম্পন্ন কৰা হ'ব জেষ্ঠ কংগ্ৰেছ নেতা শীলা দীক্ষিতৰ শেষ কৃত্য

দিনৰ 11.30 বজাত তেওঁৰ পাৰ্থিৱ শৰীৰক কংগ্ৰছ কাৰ্যালয়লৈ লৈ যোৱা হ'ব য'ত কংগ্ৰেছ নেতা আৰু তেওঁৰ গুনমুগ্ধ সকলে তেওঁক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.