ETV Bharat / bharat

অধিবক্তা সকলৰ সহায়ৰ বাবে ধন মোকলাই নিদিয়া সন্দৰ্ভত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Sep 29, 2020, 11:04 PM IST

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এচ এ বোবডেৰ নেতৃত্বৰ বিচাৰ পীঠে প্ৰশ্ন কৰে যে অধিবক্তাৰ বাবে সংঘ‌ই তেওঁলোকৰ সহায়ৰ বাবে ধন কিয় ব্যায় নকৰে।

Top court asks why funds not created to help lawyers
অধিবক্তা সকলৰ সহায়ৰ বাবে ধন মোকলাই নিদিয়া সন্দৰ্ভত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ: উচ্চতম ন্যায়ালয়ে সোমবাৰে কৰ'ণা মহামাৰীৰ সময়ছোৱাত উকীল সকলৰ দ্বাৰা সন্মুখীন হোৱা বিত্তীয় সংকট সম্পৰ্কীয় এক গোচৰক স্থগিত কৰে কিয়নো আদালতে সীমিত পদ্ধতিৰে কাম কৰি আছে। আদালতে সকলো উচ্চ ন্যায়ালয়ৰ বাৰ এচোছিয়েশ্যনক কয় যে, তেওঁলোকে সহায়ৰ প্ৰয়োজন হোৱা উকীল সকলৰ বাবে বনোৱা বিত্তীয় কোষৰ বিষয়ে উকীলসকলক উত্তৰ দিয়ক।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এচ এ বোবডেৰ নেতৃত্বৰ বিচাৰ পীঠে প্ৰশ্ন কৰে যে অধিবক্তাৰ বাবে সংঘ‌ই তেওঁলোকৰ সহায়ৰ বাবে ধন কিয় ব্যায় নকৰে।

লগতে পঢ়ক: চলচ্চিত্ৰ নিৰ্দেশক সুকুমাৰৰ সৈতে কাম কৰিবলৈ ইচ্ছুক ছুপাৰষ্টাৰ বিজয় দেবৰকোণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.