ETV Bharat / bharat

উন্নাও ধৰ্ষণকাণ্ডঃ এসপ্তাহৰ ভিতৰত সমগ্ৰ কাণ্ডৰ তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উন্নাও ধৰ্ষণকাণ্ডৰ ভুক্তভোগীৰ সৈতে হোৱা দুৰ্ঘটনাৰ ঘটনাক লৈ তৎপৰ হৈ পৰিছে উচ্চতম ন্যায়ালয় ৷ অনুসন্ধানকাৰী সংস্থা চিবিআইক 7 দিনৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ে ৷ লগতে নিৰ্যাতিতা যুৱতীগৰাকীৰ পৰিয়ালক উত্তৰ প্ৰদেশ চৰকাৰৰ ফালৰ পৰা ২৫ লাখ টকাৰ ক্ষতিপূৰণৰ বাবেও নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়
author img

By

Published : Aug 1, 2019, 5:42 PM IST

নিউজ ডেস্ক, 1 আগষ্টঃ উন্নাও ধৰ্ষণকাণ্ডৰ ভুক্তভোগীৰ সৈতে সংঘটিত প্ৰাণনাশী দুৰ্ঘটনাৰ পিচতে তৎপৰ হৈ পৰিছে উচ্চতম ন্যায়ালয় ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এক বিচাৰপীঠে মুখ্য অনুসন্ধানকাৰী সংস্থা চিবিআইক সাত দিনৰ ভিতৰত অনুসন্ধান কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে ৷ আনহাতে পাঁচটাকৈ গোচৰ লক্ষ্ণৌ ন্যায়ালয়ৰ পৰা দিল্লী চিবিআই লৈ বদলি কৰি 45দিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰিবলৈও নিৰ্দেশনা দিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৷

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে উন্নাও ধৰ্ষণ কাণ্ডৰ ভুক্তভোগীৰ লগতে তেওঁৰ পৰিয়াল আৰু অধিবক্তাক চিআৰপিএফৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰাৰ উপৰিও উত্তৰ প্ৰদেশ চৰকাৰক 25লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশনা দিছে ৷ শেহতীয়াকৈ লক্ষ্ণৌৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা উন্নাও ধৰ্ষণ কাণ্ডৰ ভুক্তভোগী যুৱতীগৰাকীক নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান চমুকৈ এইমছলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰী কৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷

Intro:The Supreme court bench led by the Chief Justice of India, Ranjan Gogoi, directed the CBI to complete the investigation of the accident case of Unnao rape victim within 7 days. The bench also asked to transfer all the 5 cases to Delhi from lucknow and complete the trial within 45 days.

Body:The CJI also directed for protection of CRPF to the victim, its family and the lawyer along with compensation of Rs 25 lakhs to the victim. The compensation has to be paid by the UP government by tommorrow.

While hearing the matter pre lunch, Ranjan Gogoi had asked if the victim was medically fit enough to be transferred to AIIMS. The team of doctors have said that she can be airlifted to AIIMS and Gogoi asked the advocate to ask the family if they were okay with it.

The advocate appearing for the family had also seeked transfer of victim's uncle from Rae Bareilly jail to Tihar jail in Delhi which the court granted.

(Take byte from the group)

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.