ETV Bharat / bharat

উত্তৰাখণ্ডত কৰ'ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ দুটা অসুস্থ হাতী আৰু এটা মৃত নাহৰফুটুকী - কৰ'ণা ভাইৰাছ

সোমবাৰে উত্তৰাখণ্ডৰ ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানৰ দুটা অসুস্থ হাতী আৰু এটা মৃত বাঘক কৰ'ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰণ কৰিয়েই কৰ'ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় বুলি জানিবলৈ দিয়ে উদ্যানখনৰ পৰিচালক অমিত ৱাৰ্মাই ।

ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান
উত্তৰাখণ্ডত কৰ'ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ দুটা অসুস্থ হাতী আৰু এটা মৃত নাহৰফুটুকী
author img

By

Published : Apr 20, 2020, 9:20 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ উত্তৰাখণ্ডৰ ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হোৱা এটা নাহৰফুটুকী মহামাৰী কৰ'ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। জন্তুৰ দেহতো কৰ'ণা ভাইৰাছ সংক্ৰমিত হোৱাৰ সন্দেহত মৃত নাহৰফুটুকীটোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে উদ্যান কৰ্তৃপক্ষই । আনহাতে, ভাৰত চৰকাৰৰ তৰফৰ পৰা দেশৰ সকলো চিৰিয়াখানা তথা সংৰক্ষিত ৰাষ্ট্ৰীয় উদ্যানসমূহক এই বিষয় সন্দৰ্ভত সতৰ্ক কৰা হৈছে বুলিও সদৰী কৰে । কিন্তু ইয়াৰ মাজতে উত্তৰাখণ্ডৰ ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানৰ মৃত নাহৰফুটুকীটো কৰ'ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰে ।

ৰাজাজী ৰাষ্ট্ৰীয় উদ্যান
উত্তৰাখণ্ডত কৰ'ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ দুটা অসুস্থ হাতী আৰু এটা মৃত নাহৰফুটুকী

ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানৰ পৰিচালক অমিত ৱাৰ্মাই ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত কয় যে,কেন্দ্ৰই জাৰী কৰা নিৰ্দেশ অনুসৰণ কৰিয়ে সোমবাৰে দুটা অসুস্থ হাতী আৰু এটা মৃত নাহৰফুটুকী কৰ'ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।

উল্লেখ্য যে,নিউয়ৰ্কত এজনী বাঘিনীৰ দেহত মহামাৰী কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা পাচতে সমগ্ৰ বিশ্বজুৰি জন্তুৰ জৰিয়তে কৰ'ণা ভাইৰাছ বিয়পিব পাৰে বুলি সংকিত হৈ পৰিছে জনসাধাৰণ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.