স্পৰ্টচ ডেস্ক, 24 এপ্ৰিলঃ 24 এপ্ৰিল 1973 চনত মুম্বাইত জন্মগ্ৰহণ কৰা শচীন তেণ্ডুলকাৰৰ আজি 46 সংখ্যক জন্মদিন ৷ 1989 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত খোজ পেলাইছিল শচীনে ৷ নিজৰ কেৰিয়াৰৰ অন্তিমখন মেচ খেলিছিল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 2013 চনৰ 16 নৱেম্বৰত ৷ উল্লেখ্য যে, ভাৰত ৰত্নৰ সন্মানেৰে সন্মানিত শচীনৰ নামত আছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এশটা শতকৰ অভিলেখ ৷ টেষ্ট ক্ৰিকেটৰ 200 খন মেচৰ 329 টা ইনিংছত ক্ৰিকেটাৰগৰাকীৰ আছে 15,921 ৰাণ ৷ য’ত আছে 51 টাকৈ শতক ৷ আনহাতে এদিনীয়া ক্ৰিকেটৰ 463 খন মেচৰ 452 টা ইনিংছত 18,426 ৰাণ থকাৰ বিপৰীতে 49 টা শতক আছে শচীনৰ নামত ৷ আনহাতে এদিনীয়া ক্ৰিকেটত দ্বি-শতক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ হৈছে শচীন তেণ্ডুলকাৰ ৷
মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ আজি 46 সংখ্যক জন্মদিন - Indian Cricket
ক্ৰিকেট জগতৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ 46 সংখ্যক জন্মদিনত অজস্ৰ অনুৰাগীৰ শুভকামনা
স্পৰ্টচ ডেস্ক, 24 এপ্ৰিলঃ 24 এপ্ৰিল 1973 চনত মুম্বাইত জন্মগ্ৰহণ কৰা শচীন তেণ্ডুলকাৰৰ আজি 46 সংখ্যক জন্মদিন ৷ 1989 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত খোজ পেলাইছিল শচীনে ৷ নিজৰ কেৰিয়াৰৰ অন্তিমখন মেচ খেলিছিল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 2013 চনৰ 16 নৱেম্বৰত ৷ উল্লেখ্য যে, ভাৰত ৰত্নৰ সন্মানেৰে সন্মানিত শচীনৰ নামত আছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এশটা শতকৰ অভিলেখ ৷ টেষ্ট ক্ৰিকেটৰ 200 খন মেচৰ 329 টা ইনিংছত ক্ৰিকেটাৰগৰাকীৰ আছে 15,921 ৰাণ ৷ য’ত আছে 51 টাকৈ শতক ৷ আনহাতে এদিনীয়া ক্ৰিকেটৰ 463 খন মেচৰ 452 টা ইনিংছত 18,426 ৰাণ থকাৰ বিপৰীতে 49 টা শতক আছে শচীনৰ নামত ৷ আনহাতে এদিনীয়া ক্ৰিকেটত দ্বি-শতক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ হৈছে শচীন তেণ্ডুলকাৰ ৷
SACHIN TENDULKAR 46TH BIRTHDAY
Conclusion: