ETV Bharat / bharat

আঞ্চলিক অৰ্থনৈতিক সহযোগিতা সংস্থা(RCEP)চুক্তি ভাৰতৰ অৰ্থনীতিৰ বাবে আঘাত সদৃশ হ’বঃ ছোনিয়া গান্ধী - আঞ্চলিক অৰিথনৈতিক সহযোগিতা সংস্থা(RCEP)চুক্তি লৈ সৰব ছোনীয়া গান্ধী

আঞ্চলিক অৰ্থনৈতিক সহযোগিতা সংস্থা(RCEP)চুক্তিৰ বাবে মোডী চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা ছোনিয়া গান্ধীৰ ৷ ছোনিয়া গান্ধীয়ে মন্তব্য কৰে যে এই চুক্তিখনে কৃষক, ব্যৱসায়ী, সৰু আৰু মধ্যম উদ্যোগৰ বাবে অধিক জটিলতা কঢ়িয়াই আনিব ৷ তেঁও লগতে কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ ফলত 9 মিলিয়ন চাকৰিৰ লোকচান হ’ব ৷

আঞ্চলিক অৰিথনৈতিক সহযোগিতা সংস্থা(RCEP)চুক্তি ভাৰতৰ অৰ্থনীতিৰ বাবে আঘাত: ছোনীয়া গান্ধী
author img

By

Published : Nov 3, 2019, 12:46 AM IST

নিউজ ডেস্ক, 2 নবেম্বৰঃ কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে আঞ্চলিক অৰ্থনৈতিক সহযোগিতা সংস্থা(RCEP)চুক্তিৰ বাবে মোডী চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ ছোনিয়া গান্ধীয়ে মন্তব্য কৰে যে এই চুক্তিখনে কৃষক, ব্যৱসায়ী, সৰু আৰু মধ্যম উদ্যোগৰ বাবে অধিক জটিলতা কঢ়িয়াই আনিব ৷ তেঁও লগতে কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ ফলত 9 মিলিয়ন চাকৰিৰ লোকচান হ’ব ৷

কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন সভানেত্ৰীগৰাকীয়ে নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি কয় যে, অৰ্থনৈতিক মণ্ডাৱস্থাত অৰ্থনীতিৰ উন্নতিৰ বাবে কোনো উল্লেখযোগ্য সিদ্ধান্ত ন'লৈ মোডীয়ে সংবাদ মাধ্যমৰ শিৰোনাম বুটলাত অধিক ব্যস্ত হৈ আছে ৷ তেঁও কয় যে এজন দায়িত্বশীল নাগৰিক হোৱাৰ বাবে তেঁও ভাৰতীয় অৰ্থনীতিৰ এই অৱস্থা সহ্য কৰিব পৰা নাই আৰু তেঁও এই শোচনীয় অৱস্থা দেখি দুখিত ৷ কিন্তু ইয়াতকৈও অধিক দুখজনক কথা এই যে চৰকাৰে সকলো জানিও চকু মুদা কুলিৰ ভাঁও ধৰি আছে ৷

RCEP pact will deal 'body blow' to Indian economy: Sonia Gandhi

আঞ্চলিক অৰিথনৈতিক সহযোগিতা সংস্থা(RCEP)চুক্তি ভাৰতৰ অৰ্থনীতিৰ বাবে আঘাত সদৃশ হ’ব: ছোনীয়া গান্ধী

কংগ্ৰেছৰ অন্তৰ্বৰ্তিকালীন সভানেত্ৰী ছোনীয়া গান্ধীয়ে আঞ্চলিক অৰিথনৈতিক সহযোগিতা সংস্থা(RCEP)চুক্তিৰ বাবে মোডী চৰকাৰক তিব্ৰ ভাষাৰে সমালোচনা কৰে ৷ শ্ৰীমতি গান্ধীয়ে মন্তব্য কৰে যে এই চুক্তিখন কৃষক, ব্যৱসায়ী, সৰু আৰু মধ্যম উদ্যোগৰ বাবে অধীক জতিলতা কঢ়িয়াই আনিব ৷ তেঁও লগতে কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ ফলত 9 মিলিয়ণ চাকৰিৰ লোকচান হ’ব ৷
শ্ৰীমতি গান্ধীয়ে নৰেন্দ্ৰ মোডীক কতাক্ষ কৰি কয় যে অৰ্থনীতিৰ মণ্ডাৱস্থাত অৰ্থনীতিৰ উন্নতিৰ বাবে কোনো উল্লেখযোগ্য সিদ্ধান্ত নলৈ মেডীয়ে সংবাদ মাধ্যমৰ সিৰোনাম বুতলাত অধীক ব্যস্ত হৈ আছে ৷ তেঁও কয় যে এজন দায়িত্বশীল নাগৰিক আৰু বিৰুদ্ধী হোৱাৰ বাবে তেঁও ভাৰতীয় অৰ্থনীতিৰ এই অবস্থা সজ্য কৰিব পৰা নাই আৰু তেঁও এই সুচনিয় অবস্থা দেখি দুখীত ৷ কিন্তু ইয়াতকৈও অধিক দুখজনক কথা এই যে টৰকাৰে সকলো জানিও চকু মুদা কুলিৰ ভাও ধৰি আছে ৷   
768-512-4941820-456-4941820-1572701619964.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.