ETV Bharat / bharat

প্ৰচণ্ড শীতে কঁপাইছে দিল্লীবাসীক

author img

By

Published : Jan 30, 2021, 5:12 PM IST

৩-৫ ফেব্ৰুৱাৰীত দিল্লীত বৰষুণৰ সম্ভাৱনা । শনিবাৰে দিল্লীত নিম্নতম তাপমাত্ৰা ৫.৪ ডিগ্ৰী চেলচিয়াছ । সমান্তৰালকৈ দেওবাৰেও প্ৰচণ্ড শীতে দহিব দিল্লীবাসীক ।

প্ৰচণ্ড শীতে কঁপাইছে দিল্লীবাসীক
প্ৰচণ্ড শীতে কঁপাইছে দিল্লীবাসীক

নিউজ ডেস্ক, ৩০ জানুৱাৰী: প্ৰচণ্ড শীতে দহিছে সমগ্ৰ দেশবাসীক । হাঁড় কঁপোৱা জাৰে কঁপাইছে উত্তৰ ভাৰতক । শনিবাৰে দিল্লীত নিম্নতম তাপমাত্ৰা ৫.৪ ডিগ্ৰী চেলচিয়াছ । ইফালে শুকুৰবাৰে সৰ্বনিম্ন তাপমাত্ৰা ৪ ডিগ্ৰী চেলচিয়াছ আছিল ।

দিল্লী বতৰ বিজ্ঞান বিভাগে জনোৱা বতৰৰ আগজাননী অনুসৰি, দেওবাৰেও প্ৰচণ্ড শীতে দহিব দিল্লীবাসীক । অহা ৩-৫ ফেব্ৰুৱাৰীলৈ দিল্লীত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগটোৱে ।

বিভাগটোৱে জনোৱা অনুসৰি, শনিবাৰে ৰাজধানী দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২১ ডিগ্ৰী চেলচিয়াছ ।

লগতে পঢ়ক: মোডী চৰকাৰক তীব্ৰ সমালোচনা সুখবীৰ সিং বাদলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.