নিউজ ডেস্ক, ১ মাৰ্চঃসন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে লোৱা পদক্ষেপক প্ৰশংসা কৰি সন্ত্ৰাসবাদ বিৰোধী এই যুঁজত ভাৰতীয় লোকৰ লগত থকাৰ প্ৰতিশ্ৰুতি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰপুটিনৰ । বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোনযোগে এই কথা অৱগত কৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে । লগতে তেওঁ জম্মু-কাশ্মীৰৰ পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত জোৱানসকলৈও সমবেদনা প্ৰকাশ কৰে ।
সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতৰ লগত থকাৰ প্ৰতিশ্ৰুতি ফ্ৰান্সৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোনযোগে অৱগত কৰে এই কথা

নিউজ ডেস্ক, ১ মাৰ্চঃসন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে লোৱা পদক্ষেপক প্ৰশংসা কৰি সন্ত্ৰাসবাদ বিৰোধী এই যুঁজত ভাৰতীয় লোকৰ লগত থকাৰ প্ৰতিশ্ৰুতি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰপুটিনৰ । বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোনযোগে এই কথা অৱগত কৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে । লগতে তেওঁ জম্মু-কাশ্মীৰৰ পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত জোৱানসকলৈও সমবেদনা প্ৰকাশ কৰে ।
সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতৰ লগত থকাৰ প্ৰতিশ্ৰুতি ফ্ৰান্সৰ
নিউজ ডেস্ক, ১ মাৰ্চ : সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে লোৱা পদক্ষেপক প্ৰশংসা কৰি সন্ত্ৰাসবাদ বিৰোধী এই যুঁজত ভাৰতীয় লোকৰ লগত থকাৰ প্ৰতিশ্ৰুতি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ ।
বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোনযোগে এই কথা অৱগত কৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে । লগতে তেওঁ জম্মু-কাশ্মীৰৰ পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত জোৱানসকলৈও সমবেদনা প্ৰকাশ কৰে ।
Conclusion: