ETV Bharat / bharat

15 ডিচেম্বৰত বিটিচিত গঠন হ'ব জোঁটবন্ধনৰ পৰিষদ

বিটিচিৰ নতুন পৰিষদক লৈ ৰাজ্যপাল জগদীশ মুখীৰ টুইট ৷ টুইটৰ জৰিয়তে মুখীয়ে জনালে বিটিচিত ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ জোঁটবন্ধনে নতুন পৰিষদ গঠন কৰাৰ কথা ৷ 15 ডিচেম্বৰত বিটিচিত ইউপিপিএল, গণ সুৰক্ষা পাৰ্টী আৰু বিজেপিৰ জোঁটবন্ধনে নতুন পৰিষদ গঠন কৰিব ৷

uppl bjp and gsp to form new council in btc
15 ডিচেম্বৰত বিটিচিত গঠন হ'ব জোঁটবন্ধনৰ পৰিষদ
author img

By

Published : Dec 14, 2020, 11:59 AM IST

নিউজ ডেস্ক, 14 ডিচেম্বৰ: বিটিচিত বিজেপি, ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰ জোঁটবন্ধনে নতুন পৰিষদ গঠন কৰাৰ সন্দৰ্ভত ৰাজ্যপাল জগদীশ মুখীৰ টুইট ৷ টুইটযোগে ৰাজ্যপাল জগদীশ মুখীয়ে চলিত বৰ্ষৰ 15 ডিচেম্বৰত বিটিচিত বিজেপি, ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰ জোঁটবন্ধনে নতুন পৰিষদ গঠন কৰাৰ কথা জনায় ৷

  • Assam's Bodoland Territorial Council (BTC) will form a coalition-ruled governance structure comprising of United People's Party Liberation (UPPL), Bharatiya Janata Party(BJP) and Gana Suraksha Party(GSP) on 15th December, 2020.

    — Prof.Jagdish Mukhi (@jagdishmukhi) December 13, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটযোগীয়ে মুখীয়ে এইবুলি কয় , "Assam's Bodolant Territorial Council (BTC) will form a coalition-ruled governance structure comprising of united people's party liberation (UPPL), bharatiya janata party (BJP) nad Gana Suraksha party (GSP) on 15 th december, 2020."

লগতে পঢ়ক:ঘোষণা হ’ল বিটিচিৰ নতুন পৰিষদৰ শপত গ্ৰহণৰ দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.