ETV Bharat / bharat

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে খেলজগতৰ সৰ্বোচ্চ সন্মান - Rajiv Gandhi Khel Ratna 2019

আজি দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসক উপলক্ষে আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে 2019 বৰ্ষত খেলজগতলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈ সকলক সন্মানিত কৰে ৷

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে খেলজগতৰ সৰ্বোচ্চ সন্মান
author img

By

Published : Aug 29, 2019, 8:38 PM IST

স্পৰ্টছ ডেস্ক, 29 আগষ্টঃ সমগ্ৰ দেশতে 29 আগষ্টত পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ কিংবদন্তী খেলুৱৈ তথা ‘‘হকীৰ যাদুকৰ’’ নামেৰে খ্যাত মেজৰ ধ্যানচান্দৰ 114 তম জন্মদিন উপলক্ষে সমগ্ৰ দেশত পালন কৰি অহা হৈছে ‘‘ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস’’ ৷ এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসতেই প্ৰত্যক বছৰে খেলজগতত সুনাম কঢ়িয়াই অনা খেলুৱৈসকলক সন্মানিত কৰা হয় ৷ এই দিনটোতে ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদান কৰা হয় দেশৰ সৰ্বোচ্চ খেল বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন, ধ্যানচান্দ বঁটা, অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা ৷ প্ৰত্যক বছৰৰ দৰে এইবাৰো ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে প্ৰদান কৰে এই বঁটা ৷ কোন-কোন খেলুৱৈয়ে কি বঁটা লাভ কৰিলে চাও আহক-

ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাঃ এই বৰ্ষত এই বঁটা লাভ কৰে

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসঃ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিলে খেলজগতৰ সৰ্বোচ্চ সন্মান
  1. বজৰং পুনীয়া (মল্লযুঁজ)
  2. দীপা মালিক (পেৰা এথলিট)

অৰ্জুন বঁটাঃ

  1. তাজিন্দৰপাল সিং তুৰ (এথলেটিকছ)
  2. মহম্মদ অনছ য়াহিয়া (এথলেটিকছ)
  3. এছ ভাস্কৰণ( বডী বিল্ডিং)
  4. ছনিয়া লাঠেৰ (বক্সিং)
  5. ৰবিন্দ্ৰ জাডেজা (ক্ৰিকেট)
  6. চিংগলেনছানা সিং কংগুজম (হকী)
  7. অজয় ঠাকুৰ (কাৱাডী)
  8. ৰাজুল দেছাই (টেবুল টেনিছ)
  9. পুজা ঢাণ্ডা ( মল্লযুঁজ)
  10. ফৱদ মিৰ্জা (হৰ্ছৰাইডিং)
  11. গুৰপ্ৰীত সিং চন্ধু (ফুটবল)
  12. পুনম যাদৱ (ক্ৰিকেট)
  13. স্পনা বৰ্মন (এথলেটিকছ)
  14. সুন্দৰ সিং গুৰ্জৰ (পেৰা এথলেটিকছ)
  15. ভামিদপতি ছাই প্ৰণীত ( বেডমিণ্টন)
  16. শিমৰণ শ’ৰগিল (প’ল’)

ধ্যানচান্দ বঁটাঃ

  1. মেনুৱেল ফেড্ৰিক (হকী)
  2. অৰূপ বছাক (টেবুল টেনিছ)
  3. মনোজ কুমাৰ (মল্লযুঁজ)
  4. নিতীন কীৰ্তেন (টেনিছ)
  5. চি লালৰেমছাংগা (ধনু)

দ্ৰোণাচাৰ্য বঁটাঃ

নিয়মীয়া শ্ৰেণীত

  • মহিন্দৰ সিং ধিলন ( এথলেটিকছ)
  • সন্দীপ গুপ্তা (টেবুল টেনিছ)
  • বিমল কুমাৰ (বেডমিণ্টন)

জীৱনযোৰা শ্ৰেণীতঃ

  • সঞ্জয় ভাৰদুৱাজ ( ক্ৰিকেট)
  • ৰামবিৰ সিং খকাৰ (কাৱাডী)
  • মেজৱান পাটেল (হকী)

ETV SPORTS VIDEO
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.