ETV Bharat / bharat

একতা,শান্তি আৰু সংহিতাই ভাৰতক নতুন মাত্ৰা প্ৰদান কৰিবঃ নৰেন্দ্ৰ মোডী - অসামৰিক সেৱা

গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাটত প্ৰকল্পৰ শুভ উদ্বোধন ৷ বহু কেইখন অনুষ্ঠানত অংশগ্ৰহণ কৰিব মোডীয়ে ৷

Modi's Gujarat visit- 2nd day
একতা,শান্তি আৰু সংহিতাই ভাৰতক নতুন মাত্ৰা প্ৰদান কৰিবঃ নৰেন্দ্ৰ মোডী
author img

By

Published : Oct 31, 2020, 3:54 PM IST

নিউজ ডেস্ক, 31 অক্টোবৰ : গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বৰ উপ প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলক 145 তম জন্মদিনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ লগতে, একতা,শান্তি আৰু সংহিতাই ভাৰতক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মন্তব্য প্ৰদান প্ৰধানমন্ত্ৰী গৰাকীৰ ৷ ইয়াৰ পিচতে প্ৰধানমন্ত্ৰী গৰাকীয়ে সবৰমতি আশ্ৰমৰ পৰা ভাৰতৰ প্ৰথম সমুদ্ৰ বিমান সেৱা উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে ৷

উদ্বোধনৰ পিচতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF), গুজৰাট আৰক্ষীৰ পেৰেডত অংশগ্ৰহণ কৰিব ৷ পৰৱৰ্তী সময়ত ভিডিঅ' কনফাৰেন্সিৰ জৰিয়তে অসামৰিক সেৱা প্ৰশিক্ষণকৰ্তাৰ সৈতে এক আলোচনাত অংশগ্ৰহণ কৰিব ৷

উল্লেখ্য যে, প্ৰথম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰোগ্য ভান, শিশু পুষ্টি উদ্যান, পেটেল জুলোজী পাৰ্ককে আদি কৰি সৰ্বমুঠ 17 টা প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৷

লগতে পঢ়ক : ৭৫,০০০ টকাত প্ৰতি কেজি নিলামেৰে অভিলেখ গঢ়িলে অসমৰ চাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.